• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত আজি কিমান লোক কোভিডত আক্ৰান্ত হ’ল, কিমান জনে সাৱটিলে মৃত্যুক?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2021 8:16 pm
1800x
341
VIEWS
Share on FacebookShare on Twitter

ক্ৰমান্বয়ে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ বহু খিনি উন্নতি হৈছে।

কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাও কমি আহিছে।

সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস পাই আহিছে।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ তিনি শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোতে কোভিডে কাঢ়ি নিছে ৩৪ গৰাকী লোকৰ প্ৰাণ ।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ৩৪১৫ গৰাকী লোক ।
আজি ১,৩২,৯২৯ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয় ।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ২০৪ গৰাকী লোক ।

Summary of 15/6/2021

Today’s Total 3415

Overall Positivity Percentage
(3415 cases out of 1,32,929 test done = 2.57%)

Kamrup(M) 204

Death 34

Recovery Rate 90.31%

— Keshab Mahanta (@keshab_mahanta) June 15, 2021

কোভিড পজিটিভিটিৰ হাৰ হৈছে ২.৫৭ শতাংশ ।

এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯০.৩১ শতাংশ ।

অসমত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ৩ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ ভালে খিনি উন্নতি ঘটা বুলি ধাৰণা কৰিব পাৰি। অৱশ্যে ৰাজ্যৰ পাঁচ খন জিলাত এতিয়াও কোভিড পৰিস্থিতিৰ উন্নতি ঘটা নাই।

ৰাজ্য চৰকাৰে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা নীতি-নিৰ্দেশনা কিছু শিথিল কৰিছে।

Tags: COVID-19

Recent News

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

NEET PG 2025: ৩ আগষ্টত এটা শ্বিফটত অনুষ্ঠিত হ’ব পৰীক্ষা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd