• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত কৰ’নাৰ সংহাৰ! ২৪ঘন্টাত ৭৭জনৰ মৃত্যু; নতুনকৈ ৫৮০৩আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2021 6:40 am
covid-19_cremations
356
VIEWS
Share on FacebookShare on Twitter

অসমত কোভিড-১৯ৰ পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত কোভিড-১৯ৰ ফলত ৭৭জন লোকে প্ৰাণ হেৰুৱাইছে।

মৃত্যু হোৱা ৭৭জন লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰেই ৩০ জন।

কোভিড-১৯ত মৃত্যুৰ বাতৰি অহা আন জিলাকেইখন হৈছে: কামৰূপ গ্ৰাম্য-১০, ডিব্ৰুগড়-১০, বঙাইগাঁও-৪, গোলাঘাট, নগাঁও, নলবাৰী, শিৱসাগৰত ৩জনকৈ, হোজাই, তিনিচুকীয়া, ওদালগুৰিত ২জনকৈ আৰু দৰং, ধুবুৰী, যোৰহাট, কৰিমগঞ্জ, শোণিতপুৰত ১জনকৈ।

ইয়াৰ ফলত অসমত কোভিড-১৯ত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ১৭৫৩জনলৈ বৃদ্ধি পালে।

আনহাতে, সোমবাৰে ৰাজ্যখনত নতুনকৈ ৫৮০৩জন কোভিড-১৯ত আক্ৰান্ত হৈছে।

এই নতুন ৫৮০৩জন কোভিড-১৯ত আক্ৰান্ত লোকৰ ভিতৰত গুৱাহাটী মহানগৰী আৰু ইয়াৰ আশে পাশে ১৪৮১জন চিনাক্ত হৈছে।

সোমবাৰে মুঠতে ৭২১৯৭টা নমুনা পৰীক্ষা কৰাৰ পাছত নতুনকৈ এই ৫৮০৩জন কোভিড-১৯পজিটিভ ৰোগী ধৰা পৰিছে।

অসমত বৰ্তমান সক্ৰিয় কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩৭৫০০জন।

সোমবাৰে ৰাজ্যখনত কোভিড-১৯ৰ পজিটিভিটিৰ হাৰ হৈছে ৮.০৪শতাংশ।

ইয়াৰ মাজতে অসমত কোভিড-১৯ৰ আৰোগ্যৰ হাৰ ৮৬.৩৮শতাংশলৈ হ্ৰাস পাইছে।

Tags: COVID-19

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd