• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত আজি নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত, মৃত্যু কিমানৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 29, 2022 8:48 pm
WhatsApp Image 2021-12-26 at 7.19.51 AM
171
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যাই উদ্বেগ বৃদ্ধি কৰি ৰাখিছে।

আনহাতে, যোৱা ২৪ ঘন্টাত পজিটিভিটিৰ হাৰ আৰু কিছু হ্ৰাস পাইছে। সেইদৰে সুস্থতাৰ হাৰো সামান্য বৃদ্ধি পাইছে।

ৰাজ্যখনত আজিৰ দিনটোত মুঠ ২২৯৪গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, বিগত ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ৫৩৫গৰাকী লোক।

আজি ৰাজ্যখনত মুঠ ৩৫,৭৭৭ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

আজিৰ দিনটোত পজিটিভিটিৰ হাৰ হৈছে ৬.৪১ শতাংশ।

Summary of 29/01/2022

Today’s Total 2294

Overall Positivity Percentage (2294 cases out of 35,777 test done = 6.41%)

Kamrup(M) 535

Death 22

Recovery Rate 94.88%

— Keshab Mahanta (@keshab_mahanta) January 29, 2022

সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৪.৮৮ শতাংশ।

ইপিনে বিগত ২৪ ঘন্টাত ৰাজ্যখনত কোভিডত ২২ জন লোকৰ মৃত্যু ঘটিছে।

Recent News

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

ডিগবৈত ৮ বছৰীয়া বনৰীয়া হাতীৰ ৰহস্যজনক মৃত্যু: সংৰক্ষণবিদ আৰু স্থানীয়লোকৰ উদ্বেগ প্ৰকাশ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd