• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰ্থিকভাৱে অনগ্ৰসৰ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিৰ নামত বিশেষ জলপানি

অসম সাহিত্য সভা আৰু য়ু এচ টি এমে প্ৰদান কৰিব এই বিশেষ জলপানি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 22, 2019 3:32 pm
WhatsApp Image 2019-05-22 at 1.26.32 PM

সংবাদ মেল সম্বোধনৰ সময়ত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভা আৰু য়ুনিভাৰ্চিটি অব ছায়েঞ্চ এণ্ড টেকন’লজি মেঘালয়ে (USTM) যুটীয়াভাৱে আৰ্থিক দিশত অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰু গৱেষণা বৃত্তিৰ প্ৰতি আগ্ৰহীসকলৰ বাবে বিশেষ জলপানিৰ কথা ঘোষণা কৰে। বুধবাৰে গুৱাহাটীস্থিত সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা সভাকক্ষত অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আৰু বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য মহবুল হকে যুটীয়াভাবে সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে।

এই ঘোষণা অনুসৰি মেধাসম্পন্ন আৰু আৰ্থিকভাৱে অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীক সাহিত্য সভাৰ ২০ গৰাকী প্ৰাক্তন সভাপতিৰ নামত ২০ টা পূৰ্ণাংগ শিক্ষা জলপানি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ঘোষিত ২০ টা জলপানিৰ ভিতৰত ১৫ টা স্নাতকোত্তৰ শিক্ষাৰ বাবে আৰু ৫ টা স্নাতক শিক্ষাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।

মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে স্নাতক আৰু স্নাতকোত্তৰ বিভাগত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান, ইংৰাজী, মাইক্ৰ’ বায়োলজি, গণিত, ৰাজনীতি বিজ্ঞান, বি বি এ, বি চি এ, বি এচ ডব্লিউ  ইত্যাদি বিষয়ত পঢ়াৰ সুবিধা পাব বুলি হকে সংবাদমেলত উল্লেখ কৰে।

আনহাতে, সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ মহেশ্বৰ নেওগ আৰু সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ সোঁৱৰণত দুটা গৱেষণা বৃত্তি প্ৰদান কৰা হ’ব বুলি অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে সংবাদমেলখনত ঘোষণা কৰে।

আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে অসম সাহিত্য সভা অন্যথা www.ustm.ac.in ৰ পৰা আৱেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১৫ জুন বুলি মহববুল হকে জনায়।

জলপানিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম ২০ জুনত ঘোষণা কৰা হ’ব। অৱশ্য জলপানি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বিনামূলীয়া হ’ব যদিও তেওঁলোকৰ হোষ্টেলৰ মাচুল ৰেহাই দিয়া নহয় বুলি য়ু এচ টি এমৰ কতৃপক্ষই জনাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd