• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ কয়াল খণ্ডক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পনৰ প্ৰসংগেৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অসম সংগ্ৰামী মঞ্চৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 16, 2020 9:10 pm
দেশৰ কয়াল খণ্ডক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পনৰ প্ৰসংগেৰে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা অসম সংগ্ৰামী মঞ্চৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ নামত কেন্দ্ৰীয় চৰকাৰে দেশৰ কয়লা খণ্ডক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ৫০০ খন কয়লা ক্ষেত্ৰৰ ব্যক্তিগতকৰণৰ বাবে চৰকাৰে ইতিমধ্যে নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পদক্ষেপক তীব্ৰ ভাষাৰে প্ৰতিবাদ জনায় অসম সংগ্ৰামী মঞ্চই লগতে এই সিদ্ধান্ত বাতিল কৰিবলৈ অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যবাহী সভাপতি অদীপ কুমাৰ ফুকনে দাবী জনায় ৷

এক বিবৃতি যোগে, কোঁৱৰ আৰু ফুকনে কয়, ‘‘সমগ্ৰ দেশ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ থকাৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা সম্পদসমূহ বিক্ৰী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ১৮ জুনত ভাৰ্চুৱেল প্ৰক্ৰিয়াৰে হ’ব নিলাম অনুষ্ঠান ৷ সমগ্ৰ দেশে প্ৰতিবাদ কৰাৰ পাছতো বিজেপি চৰকাৰে আৰম্ভ কৰিব বানিজ্যিক কয়লা নিলাম।’’

‘‘ৰাজহুৱা খণ্ডক নিলামৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ হাতত গটাবলৈ বিচৰা ব্যৱস্থাক গৌৰৱ কৰিব লগা বিষয় বুলি ব্যক্ত কৰিছে কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৷ কৰ্পৰেট গোষ্ঠীৰ হাতত কয়লা খণ্ডক দিব বিচৰাটো এক ঐতিহাসিক দিন বুলিহে বিজেপি চৰকাৰে গণ্য কৰিছে,’’ চৰকাৰক সমালোচনা  কৰি ফুকনে কয়।

গুৰুত্বপূৰ্ণ বিষয় হৈছে ব্যক্তিগত খণ্ডক সহায় কৰাৰ বাবে বিজেপি চৰকাৰে এই কয়লা নিলাম প্ৰক্ৰিয়া অতি সহজ কৰিছে বুলিও ফুকনে লগতে কয় ৷

এশ শতাংশ বিদেশী বিনিময় কৰাৰ সুযোগ দিয়াৰ স্বাৰ্থত নিলামৰ চৰ্ত সহজ কৰি দিছে বুলি কোঁৱৰ আৰু ফুকনে অভিযোগ কৰি ব্যক্তিগত গোষ্ঠীৰ হাতত গটাই দিয়াৰ স্বাৰ্থতে ক’ল ইণ্ডিয়াই মাৰ্ঘেৰিটাৰ কয়লা ক্ষেত্ৰৰ কাম সম্পূৰ্ন বন্ধ ঘোষণা কৰিছে বুলি কয় ৷

কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থতে বিজেপিয়ে দিহিং পাটকাইট কয়লাৰ মুক্ত খনন আৰম্ভ কৰিব বিচাৰিছে আৰু পৰ্যায়ক্ৰমে উত্তৰ-পূবৰ আন কয়লা ক্ষেত্ৰ সমূহকো নিলামৰ অন্তৰ্ভূক্ত কৰিব বুলি অভিযোগ কৰে অসম সংগ্ৰামী মঞ্চই।

আনহাতে, দেশৰ সম্পদক অতি নগন্য মূল্যত ব্যক্তিগত গোষ্ঠীৰ হাতত দিব বিচৰাটো এক অক্ষমনীয় অপৰাধ বুলি কোঁৱৰ আৰু ফুকনে স্পষ্ট কৰি দিয়ে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

August 17, 2025 7:27 pm
“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

August 17, 2025 6:52 pm
অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত বাতিলৰ দাবী! আছু আৰু শিক্ষক সংগঠনসমূহৰ বৈঠক

অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত বাতিলৰ দাবী! আছু আৰু শিক্ষক সংগঠনসমূহৰ বৈঠক

August 17, 2025 6:51 pm
‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

‘শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা’! নিৰ্বাচন আয়োগে সংবাদ মেলত কি প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক ?

August 17, 2025 5:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

August 17, 2025 7:27 pm
“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

August 17, 2025 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd