• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্মদিনত ৩১ হাজাৰ গজালেৰে ছবি আঁকি অসমৰ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 14, 2021 4:30 pm
356
VIEWS
Share on FacebookShare on Twitter

আজি বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ প্ৰথম মৃত্যু বাৰ্ষিকী।

আজিৰ দিনটোতে এক অনাহুত পৰিস্থিতিত মুম্বাইত আত্মহত্যা কৰিছিল বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে।সুশান্ত সিং ৰাজপুতৰ জন্মদিনটোত অভিনেতা জনৰ অনুৰাগী চিৰাং জিলাৰ বাসুগাঁওৰ ছাত্ৰ সৌৰভ মণ্ডলে সুশান্ত সিঙৰ শ্ৰদ্ধাঞ্জলি হিচাবে ৩১ হেজাৰ গজালেৰে আঁকিলে ছবি।

প্লাই বোৰ্ডত গজাল মাৰি সুশান্ত সিঙৰ ছবি অঁকা এইজন সৌৰভ মণ্ডল ত্ৰিপুৰা ইউনিভাৰ্ছিটিৰ এম কমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ।

kk

নিজৰ পঢ়াশুনাৰ লগে লগে চলাই গৈছে ছবি অঁকাৰ কামো।

এই ছবি আঁকোতে প্ৰতিদিনে ৫ ঘন্টাকৈ কাম কৰি ৮ দিনত অৰ্থাৎ ৪০ ঘন্টাত সম্পূৰ্ণ কৰি তুলিছে এই ছবি।

চিত্ৰাংকনৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ স্কেচ পেইন্টিং কৰাৰ পিচত মাউথ পেইন্টিং কৰিছিল।

মাউথ পেইন্টিং কৰি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছবি আঁকি মুখ্যমন্ত্ৰী জনৰ শুভেচ্ছা লাভ কৰা এই জন সৌৰভ মণ্ডলে পূৰ্বতেই ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(এক্সট্ৰা অৰ্ডিনাৰী আৰ্টিষ্ট) ত নাম সন্নিৱিষ্ট কৰাৰ লগতে এছিয়া বুক অৱ ৰেকৰ্ডছ( গ্ৰেণ্ড মাষ্টাৰ) পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । এতিয়া ছবি অঁকাৰ মাজেৰে বিশ্ব অভিলেখ গঢ়াৰ সপোন দেখিছে সৌৰভ মণ্ডলে।

Recent News

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

৫৩ বছৰৰ পাছত পৃথিৱীত দুৰ্ঘটনাগ্ৰস্ত ছোভিয়েট মহাকাশযান কচমছ-৪৮২! বৰ্তমানেও অজ্ঞাত স্থান

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

কেৱল সন্ত্ৰাসবাদতে নহয়, প্ৰদূষণৰ ক্ষেত্ৰতো প্ৰথম পাকিস্তান!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd