• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দায়িত্বজ্ঞানহীন ছেবা: বিজ্ঞানত ৬৭ নম্বৰ পোৱা ছাত্ৰীৰ পুনৰীক্ষণত ওলাল ৯৯ নম্বৰ; ৰাজ্যৰ ভিতৰতে লাভ কৰিলে ষষ্ঠ স্থান

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
July 15, 2022 7:07 pm
SEBA HSLC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাৰ দায়িত্বজ্ঞানহীন কৰ্মকাণ্ডৰ ঘটনা কোনো নতুন কথা নহয়। প্ৰায়েই কিছুমান আজৱ কাণ্ডৰ বাবে কঠোৰ নিন্দাৰ সন্মুখীন হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈও হেতালি খেলি আহিছে শিক্ষা পৰিষদটেৱে।

এইবাৰ পুনৰ ছেবাৰ এনে গাফিলতিৰ তথ্য পোহৰলৈ আহিছে। যোৱা ৭ জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিলে ছেবাই। সেই ফলাফল অনুসৰি শিৱসাগৰৰ প্ৰাৰ্থনা দত্ত নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে প্ৰথম বিভাগত উৰ্ত্তীণ হৈছিল।

অন্য বিষয় সমূহত আশানুৰূপ ফল লাভ কৰিছিল যদিও প্ৰাৰ্থনাই সাধাৰণ বিজ্ঞানত লাভ কৰা নম্বৰক লৈ সুখী হোৱা নাছিল। সেই বাবেই পুনৰীক্ষণৰ বাবে আবেদন কৰে পৰীক্ষাৰ্থী গৰাকীয়ে আৰু পুনৰীক্ষণত ছেবাৰ গাফিলতিৰ উন্মোচন কৰি ৰাজ্যৰ ভিতৰতে লাভ কৰে ষষ্ঠ স্থান।

পুনৰীক্ষণত ষষ্ঠ স্থান লাভ কৰা প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী। একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত দশম স্থান লাভ কৰিছিল দেৱীস্তুতি হাজৰিকা নামৰ ছাত্ৰী গৰাকীয়ে।

পূৰ্বে ঘোষিত ফলাফলত সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ পোৱা বাবেই স্থান লাভৰ পৰা বঞ্চিত হৈছিল প্ৰাৰ্থনা। দৃঢ়মনা মেধাৱী ছাত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে বহী পুনৰীক্ষণ সিদ্ধান্ত লৈছিল।

অৱশেষত সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভৰ পাছতেই ৰাজ্যৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰা বুলি ঘোষণা কৰে ছেবাই।

মেধাবী ছাত্ৰী প্ৰাৰ্থনা দত্ত শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা। মাত্ৰ তিনিবছৰ বয়সতে পিতৃক হেৰুওৱা ছাত্ৰী গৰাকীৰ শেহতীয়া এই সফলতাত পৰিয়াল তথা অধ্যয়ন কৰা বিদ্যালয়খনত আনন্দৰ জোৱাৰ।

একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ছেবাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

পার্শ্বজোতি গগৈ, শিৱসাগৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am
লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

September 14, 2025 10:00 am
মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

মাদ্ৰাজৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এম সুন্দৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি

September 14, 2025 9:38 am
শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

শিক্ষা বিভাগৰ ৫৫৫০ টা শিক্ষক পদৰ নিযুক্তিত অভাৰলেপিং আঁ‌তৰ কৰাৰ দাবী ডি ৱাই এফ আইৰ

September 14, 2025 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

প্ৰযুক্তিৰ চমক! বিশ্বৰ প্ৰথম, আলবেনিয়াত এআই মন্ত্ৰী ডায়ালা

September 14, 2025 10:03 am
লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

লণ্ডনত প্ৰব্ৰজন বিৰোধী সমদলত জনস্ৰোত! সোঁপন্থীৰ প্ৰতিবাদত স্তব্ধ জনজীৱন

September 14, 2025 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd