• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাছিয়াত দুটা সোণৰ পদক সহ মুঠ পাঁচটা পদকেৰে জিলিকিল অসমৰ প্ৰতিভাৱান সন্তৰণবিদ আস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2019 12:24 pm
Astha Choudhuri

ভাৰতীয় দলটোৰ অন্য খেলুৱৈৰ সৈতে আস্থা

797
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াত অনুষ্ঠিত দশম এছিয়া পেচিফিক যুৱ ক্ৰীড়া চেম্পিয়নশ্বপৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ আস্থা চৌধুৰীয়ে দুটা সোণৰ পদকেৰে সৈতে মুঠ পাঁচটা পদক দখল কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আস্থাই ৰাছিয়াৰ ভ্লাদিভষ্টকত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ৪×৫০ মিটাৰ মিক্সড ফ্ৰী ষ্টাইল ৰেলী আৰু ৪×৫০ মিক্সড আই এম ৰেলীত সোণৰ পদক দখল কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে ১০০ মিটাৰ ফ্ৰী ষ্টাইল, ২০০ মিটাৰ ফ্ৰী ষ্টাইল আৰু ১০০ মিটাৰ আই এমত ৰূপৰ পদক দখল কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে।

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই)ৰ ৰাষ্ট্ৰীয় সাঁতোৰ একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা প্ৰতিভাৱান আস্থাৰ ঘৰ অসমৰ শিৱসাগৰত।

লগতে পঢ়ক : ‘টকিঅ’ অলিম্পিক-২০২০’ৰ প্ৰস্তুতি শিবিৰত অনুশীলন চলাইছে তিনিগৰাকী অসমীয়া ধনুৰ্বিদে

শিৱসাগৰৰ ৰূপম চৌধুৰী আৰু মনিকা চিৰিং চৌধুৰীৰ ১৪ বছৰীয়া কন্যাৰ সফলতাত এতিয়া গৃহ জিলাখনত আনন্দৰ জোৱাৰ উঠিছে।

উল্লেখযোগ্য যে, দুজন লৰা আৰু দুজনী ছোৱালীৰে গঠিত ভাৰতীয় সাঁতোৰ দলটোৰ অন্যতম সদস্য আছিল আস্থা চৌধুৰী।

আস্থাৰ লগতে ভাৰতীয় যুৱ সাঁতোৰ দলটোক প্ৰতিনিধিত্ব কৰা আন তিনিগৰাকী খেলুৱৈ হ’ল ক্ৰমে- পশ্চিম বংগৰ জাহ্নবি, স্বদেশ মণ্ডল আৰু হাৰিয়ানাৰ বীৰ কাথকেৰে।

৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত চলিবলগীয়া প্ৰতিযোগিতাখনত ভাৰতীয় যুৱ সাঁতোৰ দলটোৰ প্ৰশিক্ষকগৰাকীয়ে  আস্থাৰ প্ৰদৰ্শনৰ উচ্চ প্ৰশংসা কৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd