• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্যপ্ৰাণীৰ প্ৰতি নৃশংসতা : বাঘ নিধনৰ ক্ষেত্ৰত দেশৰ তৃতীয় স্থানত অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2019 8:27 am
leopard-reuters

প্ৰতিনিধিত্বমূলক ফটো

307
VIEWS
Share on FacebookShare on Twitter

বন্যপ্রাণীৰ প্রতি নৃশংসতা প্ৰদৰ্শনৰ ক্ষেত্ৰত অসম দেশখনৰ ভিতৰত আগশাৰীত স্থান লাভ কৰিছে। অসমৰ জাতীয় সম্পদ হিচাপে পৰিচিত গঁড় হত্যাৰ বাবে সমগ্ৰ বিশ্বৰে দৃষ্টি কঢ়াৰ পাছত বনৰজা বাঘৰ হত্যাৰ ক্ষেত্ৰতো অভিলেখ গঢ়িলে অসমে।

এক অবাঞ্চিত অভিলেখেৰ অসমে বাঘৰ চোৰাং চিকাৰ তথা হত্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তালিকাত তৃতীয় স্থান লাভ কৰিছে। এক আৰটিআইৰ তথ্যত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ২০০৮ চনৰ পৰা বৰ্তমানলৈ দেশত মুঠতে ৪২৯ টা বাঘ চোৰাং চিকাৰী তথা মানুহৰ হাতত নিহত হৈছে।

বাঘ হত্যাৰ তালিকাত ৭১ টা বাঘ হত্যাৰে তালিকাৰ শীৰ্ষস্থান দখল কৰিছে মধ্য প্ৰদেশে। সেইদৰে ৪৬ টাকৈ বাঘ হত্যাৰে যুটীয়াভাৱে তালিকাৰ দ্বিতীয় স্থানত আছে কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ। তাৎপৰ্যপূৰ্ণভাৱে, ৪২ টা বাঘ হত্যাৰে তালিকাৰ তৃতীয় স্থানত আছে অসম। এইক্ষেত্ৰত সম সংখ্যক বাঘ হত্যাৰে অসমৰ লগতে তালিকাৰ তৃতীয় স্থানত আছে ছত্তীশগড়।

উল্লেখযোগ্য যে ব্যাঘ্ৰ প্ৰকল্প ৰূপায়নৰ জৰিয়তে অসমত বাঘ সংৰক্ষণৰ বাবে বিপুল ধনৰাশি ব্যয় কৰাৰ পাছতো ৰাজ্যখনত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সুফল লাভ হোৱা নাই। ইয়াৰ বিপৰীতে মানুহৰ নৃশংসতাৰ বলি হৈ বহু বাঘ মৃত্যু মুখত পৰিবলগীয়া হৈছে।

Recent News

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

বাবা ৰামদেৱৰ প্ৰেমত গদ গদ মন্ত্ৰী অতুল বৰা!  মুনাফাৰ স্বাৰ্থত পাম অইল কৰিবলৈ মাটি দিলে কৃষিমন্ত্ৰীয়ে

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ADRE পৰীক্ষাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ, পুনৰ কেতিয়া প্ৰকাশ পাব পৰীক্ষাৰ বিজ্ঞাপন?

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দীৰ তালিকা আদান-প্ৰদান: ১৫৯ ভাৰতীয় বন্দীৰ আগতীয়াকৈ মুক্তিৰ দাবী নতুন দিল্লীৰ

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd