• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত মৃত অৱস্থাত বন্যহস্তী উদ্ধাৰ; বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 15, 2024 3:24 pm
74
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ ৰাণীৰ সমীপত শুকুৰবাৰে পুৱা এটা বনৰীয়া হাতী মৃত অৱস্থাত উদ্ধাৰ হয়।

হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰে অঞ্চলটোৰ স্থানীয় এজন ব্যক্তিয়ে৷

পুৱাৰ ভাগত মৃত হাতীটো প্ৰত্যক্ষ কৰি লোকজনে বন বিভাগক খবৰ দিয়ে।

বন বিভাগৰ প্ৰাৰম্ভিক তদন্তৰ অন্তত হাতীটোৰ মৃত্যু বিদ্যুৎস্পৃষ্ট হৈ হোৱাৰ সন্দেহ কৰা হৈছে, সম্ভৱতঃ বিজুলী পৰিবাহী তাঁৰৰ সংস্পৰ্শৰ বাবে এনে হ’ল বুলি ঠাৱৰ কৰা হৈছে।

বন বিষয়াসকলে জনোৱা মতে, হাতীটোৱে হয়তো খাদ্যৰ সন্ধানত অঞ্চলটোত বিপথে পৰিচালিত হৈছিল।

বন বিষয়াসকলে কয় যে হাতীটো জাকৰ পৰা পৃথক হৈ অজানিতে মানুহ বসবাস কৰা অঞ্চলত সোমাই পৰিব পাৰে।

অৱশ্যে বন বিভাগে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

Recent News

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd