• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাল খবৰ! ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 8:34 am
1.6k
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকী হৈছে উমা ছেত্ৰী।

উমা ছেত্ৰীয়ে টী-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে । তেওঁ বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া তিনিখনকৈ টী-২০ আৰু এদিনীয়াত খেলিব।

দেওবাৰ বিচিচিআয়ে ঘোষণা কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ নাম। উমা এগৰাকী প্ৰতিভাৱান উইকেটকীপাৰ আৰু বেটাৰ।

অসমৰ বোকাখাতৰ ২০ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে যেতিয়াই সুযোগ পাইছে তাৰ ব্যৱহাৰ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে।

শেহতীয়াকৈ হংকঙত অনুষ্ঠিত হোৱা মহিলা ইমাৰ্জিং এছিয়া কাপ (টি-২০)ত ভাৰত ‘এ’ৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে।

Schedule: India Women's Tour of Bangladesh 2023 🚨#CricketTwitter #BANvIND pic.twitter.com/E2CJLnV3Xe

— Female Cricket (@imfemalecricket) July 2, 2023

হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত বিচিচিআইয়ে ঘোষণা কৰা নিৰ্বাচিত ভাৰতীয় খেলুৱৈসকল হৈছে –

সম্পূৰ্ণ টীম (টি২০): হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মন্ধনা (সহ অধিনায়ক), দীপ্তি শৰ্মা, শ্বেফালী বাৰ্মা, জেমিমা ৰ’ড্ৰিগজ, যস্তিকা ভাটিয়া (উইকেট কীপাৰ), হৰলিন দেওল, দেৱীকা বৈদ্য, উমা ছেত্ৰী (উইকেট কীপাৰ), অমনজোত কৌৰ, এছ মেঘনা, পূজা বষ্ট্ৰকাৰ, মেঘনা সিং, অঞ্জলি ছাৰ্ৱানী, মনিকা পেটেল, ৰাশি কানোজিয়া, অনুষা বাৰেড্ডী, মিন্নু মণি।

(এদিনীয়া): হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (সহ অধিনায়ক),, দীপ্তি শৰ্মা, শ্বেফালী বাৰ্মা, জেমিমা ৰ’ড্ৰিগজ, যস্তিকা ভাটিয়া (উইকেট কীপাৰ), হৰলিন দেওল, দেৱীকা বৈদ্য, উমা ছেত্ৰী (উইকেট কীপাৰ), অমনজোত কৌৰ, প্ৰিয়া পুনিয়া, পূজা বষ্ট্ৰকাৰ , মেঘনা সিং, অঞ্জলি ছাৰ্ৱানী, মনিকা পেটেল, ৰাশি কানোজিয়া, অনুষা বাৰেড্ডী, স্নেহ ৰাণা।

Recent News

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

যুদ্ধৰ পৰিস্থিতিত জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিলে স্বতন্ত্ৰ নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd