• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন এক সফলতা ৰীমা দাসৰ; এইবাৰ ‘বুলবুল কেন ছিং’এ আজুৰিলে বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 2, 2018 9:16 am
Rima Das

পৰিচালিকা ৰীমা দাস

424
VIEWS
Share on FacebookShare on Twitter

অস্কাৰৰ বিদেশী ভাষা চলচ্চিত্ৰৰ শিতানত প্ৰতিদ্বন্দিতাৰ বাবে নিৰ্বাচিত বহু প্ৰশংসিত তথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণ কমল প্ৰাপ্ত অসমীয়া ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ পৰিচালিকা ৰীমা দাসে তেওঁৰ নতুন ছবি ‘বুলবুল কেন ছিং’ ৰ বাবে লাভ কৰিলে সফলতা।

মুম্বাইত অনুষ্ঠিত হৈ থকা ২০সংখ্যক জিঅ’ মামি মুম্বাই ফিল্ম ফেষ্টিভেলত ইণ্ডিয়া গ’ল্ড শাখাত ৰীমা দাসৰ নতুন ছবি ‘বুলবুল কেন ছিং’এ ‘গ’ল্ডেন গেটৱে বঁটা’ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মুম্বাই ফিল্ম ফেষ্টিভেলত ৰীমা দাসৰ এয়া ক্ৰমাগত দ্বিতীয় সফলতা। যোৱা বছৰ ভিলেজ ৰকষ্টাৰ্ছে এই ফিল্ম ফেষ্টিভেলত তিনিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পোৱা অনুসৰি ৰীমা দাসে লাভ কৰা বঁটাটি তেওঁৰ মালৈ উৎসৰ্গা কৰিছে। ‘মোৰ মালৈ এই বঁটাটি আগবঢ়াইছো। যোৱা বছৰ ভিলেজ ৰকষ্টাৰ্ছে মুম্বাই ফিল্ম ফেষ্টিভেলত তিনিটাকৈ বঁটা লাভ কৰিছিল। কিন্তু বুলবুল কেন ছিংৰ বাবে এয়া প্ৰথমটো বঁটা। মোক এনেদৰে উৎসাহ তথা শক্তি প্ৰদান কৰাৰ বাবে মই ভগৱানক ধন্যবাদ জনাইছো। বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰিচালিকা ৰীমা দাসে এইদৰে কয়।

উল্লেখ্য যে বুলবুল কেন ছিংত ৰীমা দাসে ভাৰতৰ গাঁৱৰ এগৰাকীৰ কিশোৰীৰ আৱেগময় এক কাহিনী, প্ৰেম আৰু হেৰুওৱাৰ মাজেদি যুঁজি য’ত শেষত তাই আৱিষ্কাৰ কৰে আচলতে তাইনো কোন সেইটো চিনেমাখনৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছে।

ইয়াৰ উপৰি পৰিচালিকাগৰাকীয়ে নিজৰ মাতৃ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়। তেওঁ কয়, ‘সততে এখন নেদেখা পৃথিৱীলৈ খোজ দিয়াৰ বাবে সাহস আৰু প্ৰেৰণা যোগোৱা বাবে মাক ধন্যবাদ জনাইছো। মই অত্যন্ত সুখী কিয়নো মই ভালপোৱা সকলোবোৰ কামে এতিয়া কৰি আছো। চিনেমাৰ জৰিয়তে নিজকে স্বাধীনভাৱে সজাই তুলিব পাৰি মই নিজেই বহুত সুখী’।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd