• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমবাসীলৈ সুখবৰ! অসমীয়া গহনাই লাভ কৰিলে GI টেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 10:43 am
344
VIEWS
Share on FacebookShare on Twitter

অসমবাসীলৈ আন এক সুখৰ খবৰ। ব’হাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এই ভাল খবৰ। এইবাৰ অসমীয়া গহনাই লাভ কৰিলে GI টেগ।

অসমীয়া ঐতিহ্য-সংস্কৃতিৰ সৈতে জড়িত অসমীয়া গহনাক প্রদান কৰা হৈছে ভৌগোলিক সূচকাংক অর্থাৎ জিআই টেগ (GI Tag)ৰ স্বীকৃতি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনাইছে এই সুখৰ বতৰা।

২০১৮-১৯ বর্ষৰ বাজেট উত্থাপনত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্রতি লক্ষ্য ৰাখি এই প্রস্তাৱ গ্রহণ কৰা হৈছিল।

অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত সকলোলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূর্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Recent News

ছাংঘাই কৰপ’ৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

ছাংঘাই কৰপ’ৰেশ্যন অৰ্গেনাইজেশ্যনৰ শীৰ্ষ সন্মিলনত যৌথ বিবৃতিত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

গুৱাহাটীবাসীলৈ সুখবৰ! ৬ জুলাইত মুকলি হ’ব ৰুক্মিণীগাঁৱত নিৰ্মীয়মাণ উৰণ সেতুৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ৰঙা চন্দনৰ বাবে মেঘালয়ৰ দুস্কৃতিকাৰীয়ে অসমভূমিত জ্বলাই দিলে ঘৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

ভাৰতৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ ইৰাণৰ দূতাবাসৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd