• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুকলিৰ পিছতে বিতৰ্কত বাবুৰ ‘মাজুলী গাভৰু’; ভিডিঅ’ ডিলিট কৰাৰ দাবী সত্ৰাধিকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 19, 2019 1:53 pm
22.9k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী বাবুৰ নতুনকৈ মুক্তি পোৱা এটা গীতক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে। ‘মাজুলী গাভৰু’ নামৰ গীতটোত মাজুলীৰ সত্ৰ-সংস্কৃতিক বিকৃতধৰণেৰে উপস্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ আনিছে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে।

অভিযোগ মতে গীতটোৰ এটা অংশত মাজুলীৰ সত্ৰত মহিলাৰ প্ৰবেশ নিষিদ্ধ কৰা বুলি প্ৰকাশ পোৱাৰ লগতে মহিলাই সত্ৰত প্ৰবেশ কৰাৰ বাবে এটা পৰিয়ালক এঘৰীয়া কৰাৰ দৃশ্য দেখুওৱা হৈছে।

ইয়াৰ লগতে দেখা গৈছে এজন ভকতে এগৰাকী মহিলাক লঠিয়াই গুৰিয়াই উলিয়াই দিয়া।

তদুপৰি সত্ৰীয়া পোচাক আৰু মাজুলীৰ মুখা শিল্পৰো বিকৃত উপস্থাপন হোৱাৰ অভিযোগ উত্থাপন হৈছে। গানৰ ভিচিঅ’টোত আছে মাজুলীৰ মুখা পিন্ধি ভিক্ষা খোজাৰ দৃশ্য।

উল্লেখযোগ্য যে যোৱা সোমবাৰে মুক্তি পাইছিল ‘মাজুলীৰ গাভৰু’ শীৰ্ষক বাবুৰ এই গীতটো।

গীতটো মুক্তি লাভৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মাজুলীৰ সত্ৰ সমাজে। নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ইয়াক দুৰ্ভাগ্যজনক আখ্যা দি ভৱিষ্যতলৈ এনে কামৰ পৰা বিৰত থাকিবলৈ ‘সতৰ্ক’ কৰি দিয়ে।

দেৱগোস্বামীয়ে শিল্পী গৰাকীক ক্ষমা খোজাৰ লগতে য়ুটিউবৰ পৰা গানটো ডিলিট কৰাৰ দাবী জনায়, অন্যথা আইনী ব্যৱস্থা ল’বলৈ ‘বাধ্য হম’ বুলি কয়।

Recent News

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

উত্তৰাখণ্ডৰ ভয়ানক বান :  আচম্বিতে হোৱা দুৰ্যোগত ৪ জন মৃত্যু, নিৰুদ্দেশ ৫০ গৰাকী

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

অসমত পুনৰ চলিছে নেকি নাগা আগ্ৰাসন? গোলাঘাটৰ নেঘেৰিবিলৰ ভূমিৰ ওপৰত নগাৰ নতুন দাবী  

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

প্ৰকৃত ভাৰতীয় কোন সেয়া উচ্চতম ন্যায়ালয়ে নিৰ্ণয় কৰিব নোৱাৰে : ভাতৃ ৰাহুলৰ সমৰ্থনত প্ৰিয়কাৰ মন্তব্য

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

ডিমাপুৰৰ ৯ বছৰীয়া নাবালিকাক অৰুণাচলত বিক্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd