• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শদিয়াৰ সাংস্কৃতিক ঐতিহ্যৰ আধাৰত নিৰ্মিত ভিডিঅ’ ছং ‘শদিয়া’ৰ প্ৰমোশ্যন মুকলি

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
June 27, 2019 7:37 pm
Xadiya-750x375

মিউজিক ভিডিঅ' শদিয়াৰ বেনাৰ

4.6k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে গুৱাহাটীৰ ধ্বনি ৰেকৰ্ডছত নতুন অসমীয়া ভিডিঅ’ ছং ‘শদিয়া’ৰ প্ৰমোশ্যন মুকলি কৰা হ’য়।

অসমৰ ডিব্ৰুগড় জিলাৰ চাহ বাগিচাৰ পৰা অহা তথা বৰ্তমান মুম্বাইৰ প্ৰতিষ্ঠিত সংগীতশিল্পী কৌশিক কাশ্যপে শদিয়া শীৰ্ষক ভিডিঅ’ ছংটো নিৰ্মাণ কৰিছে। শুকুৰবাৰে ভিডিঅ’ ছংটো সম্পুৰ্ণৰূপে মুকলি হোৱাৰ সম্ভাৱনা আছে।

অসমৰ শদিয়াৰ শক্তিশালী ইতিহাস আৰু সংস্কৃতিৰ ওপৰত নিৰ্মিত লোকসংগীতেৰে মিশ্ৰণ কৰা ভিডিঅ’ ছংটো জনসাধাৰণে আকোৱালি লোৱাৰ সম্ভাৱনা আছে।

ভিডিঅ’ ছং টোত শদিয়াৰ উল্লেখযোগ্য পৰ্যটন স্থান সমূহ খুব সুন্দৰভাৱে উপস্থাপন কৰি পৰ্যটকক আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছে।

ভিডিঅ’ ছং টোৰ মূল উদ্দেশ্য হৈছে শদিয়াৰ ঐতিহ্যপূৰ্ণ সাংস্কৃতিক সমন্বয়ক বিশ্ব পৰ্যায়ত তুলি ধৰা।

কৌশিক কাশ্যপৰ প্ৰথমটো অসমীয়া ভিডিঅ’ ছং ‘শদিয়া’ৰ প্ৰযোজনা কৰিছে শুভলক্ষ্মী চেতিয়াৰ সহযোগত জেণ্টেল ব্ৰীজ ক্ৰিয়েশ্যনে।

সংগীত ব্যৱস্থাপনাৰ কাম কৰিছে বিভূতি গগৈ আৰু ৰি-ৰেকৰ্ডিঙৰ কাম কৰিছে উৎপল শৰ্মাই।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd