• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোল্ডেন টাইগাৰঃ কাজিৰঙাৰ আশীৰ্বাদ নে অভিশাপ?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 3:01 pm
golden
7k
VIEWS
Share on FacebookShare on Twitter

সোণৰ হৰিণৰ কথা আমি সকলোৱেই শুনিছো। ৰামায়ণৰ কাহিনীত সোণৰ হৰিণৰ কথা উল্লেখ আছে।

সোণালী বাঘৰ কথাও ৰুপকথাত উল্লেখ থকা দেখা যায়।

ৰুপকথাৰ সোণালী বাঘে এতিয়া বিচৰণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

সোণালী বাঘৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সকলোতে হৈ চৈ লাগি গৈছে।

বহুতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বাঘ থকাৰ বিষয়টোক লৈ আনন্দ প্রকাশ কৰাও দেখা গৈছে।

ময়ূৰেশ হেন্দ্ৰে নামৰ লোক জনে তোলা কাজিৰঙাৰ সোণালী বাঘৰ ছবি খন বন বিষয়া পাৰবীন কাছোৱানে টুইটাৰত প্ৰকাশ কৰাৰ পিছতে বহুতে বিষয়টোক লৈ আনন্দ কৰিছে।

২০১৪ চনৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোণালী বাঘ বহুতে প্ৰত্যক্ষ কৰি আহিছে।

২০১৬ চনতো এনে বাঘ বহুতে দেখিছিল। কিন্তু কাজিৰঙাৰ সোণালী বাঘ গৌৰৱ কৰিবলগীয়া বিষয় নহয় বুলি কৈছে বন্যপ্ৰাণী বিশেষজ্ঞ ৰবীন্দ্ৰ শৰ্মাই।

বন্যপ্ৰাণী বিশেষজ্ঞ শৰ্মাৰ মতে কাজিৰঙাত যি সোণালী বাঘিনী দেখা গৈছে সেই বাঘিনীৰ নাম ৰখা হৈছে কাজি-১০৬-এফ।

বাঘিনীজনীৰ নোম সোণালী হৈ পৰাৰ কাৰণ হিচাবে শৰ্মাই কৈছে যে কাজিৰঙাত বাঘৰ বাসস্থান সংকুচিত হৈ অহাৰ ফলতে বাঘে নিজৰ গোত্ৰৰ ভিতৰতে সহবাস কৰিব লগীয়া হৈছে।

ইয়াৰ ফলত বাঘৰ জেনেটিক পৰিৱৰ্তন ঘটিছে আৰু নোম সোণালী হৈ পৰিছে।

বন-জংঘল ধ্বংসৰ ফলত কোনো প্ৰাণীৰ জেনেটিক পৰিৱৰ্তন হোৱাটো ভয়াৱহ কথা বুলি তেওঁ কয়।

Recent News

‘মই এনেকৈ কাম কৰিব নোৱাৰো!’ বাংলাদেশত অব্যাহত অস্থিৰতা…পদত্যাগ কৰিব নেকি ইউনুছে?

‘মই এনেকৈ কাম কৰিব নোৱাৰো!’ বাংলাদেশত অব্যাহত অস্থিৰতা…পদত্যাগ কৰিব নেকি ইউনুছে?

অজিত ভূঞাৰ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰী! ACS শৰ্মিষ্ঠা বৰাক বৰ্খাস্ত

অজিত ভূঞাৰ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰী! ACS শৰ্মিষ্ঠা বৰাক বৰ্খাস্ত

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd