• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুখবৰ : ফিল্ম ফেয়াৰলৈ মনোনীত হ’ল অসমৰ সুমন অধিকাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2023 1:55 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

অসমবাসীৰ বাবে এটা ভাল খবৰ। গৌৰৱৰ খবৰ। ৬৮ সংখ্যক ফিল্ম ফেয়াৰলৈ দুটাকৈ বঁটাৰ বাবে মনোনীত হৈছে বৰপেটাৰ যুৱক সুমন অধিকাৰী।

বধাই ডো নামৰ ছবিখনৰ শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য বাবে দুটা মনোনয়ন লাভ কৰিছে সুমন অধিকাৰীয়ে।

ইয়াৰ পূৰ্বে তেওঁৰ চিত্ৰনাট্যৰে নিৰ্মিত চুটি ছবি ছ’ৰী ভাইছাবৰ বাবে ফিল্মফেয়াৰ লাভ কৰিছিল।

ইয়াৰ উপৰিও তেওঁ বধাই ডো ছবিৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে আই আই এফ এৰ মনোনয়ন লাভ কৰিছে।

উল্লেখযোগ্য যে ভাৰতৰ চলচ্চিত্ৰ উদ্যোগৰ পেছাদাৰীসকলৰ কলাত্মক আৰু কাৰিকৰী উৎকৃষ্টতা দুয়োটাকে সন্মান জনাই প্ৰতি বছৰে দ্য টাইমছ গ্ৰুপে ফিল্মফেয়াৰ বঁটা প্ৰদান কৰি আহিছে।

দশক দশক ধৰি ভাৰতীয় চিনেমা জগতত বিশ্বাসযোগ্যতা আৰু সফলতাৰ প্ৰতিমূৰ্তি হিচাপে পৰিগণিত হৈ এই সন্মানীয় ফিল্ম ফেয়াৰ এৱাৰ্ড।

উল্লেখ্য যে ৬৮ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড ২৭ এপ্ৰিলত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব।

Recent News

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

ৰাজাক হত্যা কৰিবলৈ ভাড়াতীয়া হত্যাকাৰী! জেৰাৰ সময়ত প্ৰাক্তনৰ সৈতে সম্পৰ্কৰ কথা স্বীকাৰ সোণমৰ

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

লোকেল ট্ৰেইনত প্ৰচণ্ড ভিৰৰ হেঁচা; মুম্বাইত ৰে’ললাইনত পৰি গৈ কমেও ৬ জন যাত্ৰীৰ মৃত্যু

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

সামূহিক নেতৃত্বত বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপে শক্তিশালী কৰিছে ৰেনাৰ্জিৰ দৃষ্টিভংগী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd