• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জম্মুৰ কাটৰাত ৭৫জন তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত; ১০ জন নিহত, আন কেইবাজনো আহত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 30, 2023 9:14 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে জম্মুত সংঘটিত হৈছে এক ভয়াবহ দুৰ্ঘটনা। অমৃতসৰৰ পৰা কাটৰালৈ যোৱা এখন বাছ ঝজ্জাৰ কোটলিৰ গভীৰ খাৱৈত বাগৰি পৰি ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো যাত্ৰী আহত হয়। আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। SDRF আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। মৃত লোকসকলৰ ভিতৰত বিহাৰৰ লখীচৰাই আৰু বেগুছৰাই জিলাৰ লোকো আছে।

উদ্ধাৰ অভিযানত নিয়োজিত চি আৰ পি এফ বিষয়া অশোক চৌধাৰীয়ে জনায় যে পুৱা দুৰ্ঘটনাটোৰ বিষয়ে তথ্য পোৱাৰ লগে লগে বাহিনীৰ এটা দল তাত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। মৃতদেহবোৰ উলিয়াই অনা হয়। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

চিআৰপিএফৰ সৈতে আৰক্ষীৰ দলো উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। উদ্ধাৰ অভিযান চলি আছে। বাছখনত বিহাৰৰ পৰা কাটৰালৈ যোৱা লোক আছিল বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: IPL 2023 Final: বৰ্ষাস্নাত ফাইনেলত চেন্নাইৰ বিজয়গাথা! উজলিল ধোনিৰ মুখ, স্বপ্নভংগ হাৰ্দিকৰ

বিষয়াসকলে জনোৱা মতে, বাছখন কাটৰালৈ গৈ থকা অৱস্থাত ঝজ্জাৰ কোটলি অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখনত থকা তীৰ্থযাত্ৰীসকল গৈ আছিল মাতা বৈষ্ণো দেৱী মন্দিৰলৈ। ত্ৰিকুটা পাহাৰৰ ওপৰত অৱস্থিত বিখ্যাত তীৰ্থযাত্ৰাৰ ভিত্তি শিবিৰ হ’ল কাটৰা।

জম্মুৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক চন্দন কোহলীয়ে জনোৱা মতে, ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জন আহত হৈছে। উদ্ধাৰ অভিযান চলি আছে। স্থানীয় বাসিন্দাসকলে উদ্ধাৰ অভিযানত আৰক্ষীক সহায় কৰিছে।

তেওঁ জনোৱা মতে, আহতসকলক জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক: মহিলাৰ সৈতে কেতিয়াও নকৰিব এনে কাম, নহলে হ’ব সর্বনাশ! কি কয় চাণক্য নীতিয়ে

উল্লেখ্য যে যোৱা ২১ মে’ত জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত মাতা বৈষ্ণো দেৱীলৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ বাগৰি যোৱাত এগৰাকী ২৭ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ লগতে ২৪জন লোক আহত হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

খালী পেটত এলোভেৰাৰ ৰস খোৱাটো লাভজনক নে! কি কয় বিশেষজ্ঞই?

September 17, 2025 6:30 am
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd