• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজস্থানত ভাঙি পৰিল বায়ুসেনাৰ মিগ ২১ যুদ্ধ বিমান; দুগৰাকী মহিলাসহ ৩ স্থানীয় বাসিন্দা নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2023 12:35 pm
2.7k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে পুৱা ভাৰতীয় বায়ুসেনাৰ এখন মিগ ২১ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। ৰাজস্থানৰ হনুমানগড় জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত স্থানীয় তিনিজন বাসিন্দাৰ মৃত্যু হয়। নিহত তিনিজনৰ ভিতৰত কমেও দুগৰাকী মহিলা বুলি জানিব পৰা গৈছে। অৱশ্যে বিমানখনৰ পাইলট সুৰক্ষিত আছে।

কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ ধ্ৰুৱ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তাত এজন টেকনিচিয়ানৰ মৃত্যু ঘটে। সেই ঘটনাৰ পিছতে সেনাই ধ্ৰুৱ হেলিকপ্টাৰ বহুৱাই দিয়ে। সেই ঘটনাৰ পিছতে এইবাৰ দুৰ্ঘটনাগ্ৰস্ত হ’ল বায়ুসেনাৰ যুদ্ধ বিমান।

লগতে পঢ়ক: আকৌ টেক্সাছ! শ্বপিং মলত ৮ জনক গুলীয়াই হত্যা কৰাৰ পিছত এইবাৰ গাড়ীৰ খুন্দাত নিহত ৭ জন

ইপিনে, বিগত বৰ্ষৰ জুলাইৰ আৰম্ভণিতে ৰাজস্থানৰ বৰমেধত ভাৰতীয় বায়ুসেনাৰ মিগ যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ঘটনাত দুজন পাইলটৰ মৃত্যু হয়। কাকতলীয়াকৈ ক’বলৈ গ’লে ছোভিয়েট যুগৰ এই যুদ্ধবিমানৰ ইয়াৰ পূৰ্বেও কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছিল।

বায়ুসেনাৰ যথেষ্ট আস্থা থকা এই যোদ্ধা বিমানখনৰ নিৰাপত্তাৰ ওপৰত বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ বাবেই ভাৰত চৰকাৰে ক্ৰমান্বয়ে এই বিমানসমূহৰ ব্যৱহাৰ হ্ৰাস কৰাৰ চেষ্টা কৰিছে।

লগতে পঢ়ক:কেৰালাত পৰ্যটকৰ নাও দুৰ্ঘটনাগ্ৰস্ত হৈ ২২ জনৰ মৃত্যু; দুই লাখ টকাকৈ ক্ষতিপূৰণৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

তথ্য অনুসৰি ১৯৬৬ চনৰ পৰা ১৯৮০ চনৰ ভিতৰত ভাৰতে মুঠ ৮৭২ খন মিগ যুদ্ধ বিমান ক্ৰয় কৰিছিল। ১৯৭১ চনৰ পৰা ২০১২ চনৰ ভিতৰত ৪৮২খন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত ১৭১ জন পাইলট, ৩৯ জন অসামৰিক লোক, ৮ জন চাৰ্ভিচ কৰ্মী, এজন এয়াৰ ক্ৰুৱে প্ৰাণ হেৰুৱায়। ২০১৩ চনৰ পৰা ভাৰতত এই মিগ আৰু ছুখয় যুদ্ধ বিমানৰ কমেও ১১টা দুৰ্ঘটনা সংঘটিত হৈছে। আজিৰ দুৰ্ঘটনাটোও এই তালিকাত যোগ হ’ল।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd