• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোভিড হাস্পতালত বিধ্বংসী অগ্নিকাণ্ড : অগ্নিদগ্ধ হৈ ৩ মহিলাসহ ৮ গৰাকীৰ মৃত্যু, ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2020 11:47 am
fire-1
240
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ আহমেদাবাদৰ এখন কোভিড হাস্পতালত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।

আগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে ৮ গৰাকী ৰোগী। ইয়াৰে তিনি গৰাকী মহিলা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি আহমেদাবাদৰ নভৰংপুৰাৰ শ্ৰে ছুপাৰ স্পেচিয়েলিটি হাস্পতালখন কোভিড হাস্পতাললৈ ৰূপান্তৰ কৰাৰ পিছত বহু কোভিড ৰোগী তাত চিকিৎসাধীন হৈ আছিল।

আজি(বৃহস্পতিবাৰ) পুৱা ৩.৩০ মান বজাত উক্ত কোভিড চিকিৎসালয়খনৰ এটা আই চি ইউৰ পৰা ধোঁৱা নিৰ্গত হোৱা প্ৰত্যক্ষ কৰে হাস্পতালখনত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে।

ধোঁৱা নিৰ্গত হোৱাৰ লগে লগে আই চি ইউটোৰ সংলগ্ন ৱাৰ্ডটোলৈকো সম্প্ৰসাৰিত হৈ পৰে জুই।

Gujarat: Eight people have died in fire which broke out at Shrey Hospital in Ahmedabad today morning pic.twitter.com/MC2RkXpxVj

— ANI (@ANI) August 6, 2020

ইয়াৰ পিছতে সমগ্ৰ হাস্পতালখনত ক’লা ধোঁৱাই আগুৰি ধৰে। আৰু হাস্পতালখনৰ ভিতৰত থকা ৰোগীসকলে প্ৰাণ বচাবলৈ চিঞৰ বাখৰ কৰি বাহিৰলৈ উলাবলৈ ধৰে।

অগ্নিকাণ্ডৰ খবৰ পায়ে স্থানীয় অগ্নিনিৰ্বাপক বাহিনীয়ে কেবাখনো অগ্নিনিৰ্বাপক বাহনেৰে জুই নিৰ্বাপিত কৰিবলৈ চেষ্টা কৰে।

কিছুসময়ৰ পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও আই চি ইউ কক্ষত থকা ৮ গৰাকী কোভিড ৰোগী অগ্নিদগ্ধ হৈ মৃত্যু হয়।

উক্ত মৃত ৮ গৰাকী ৰোগীৰ মাজত ৩ গৰাকী মহিলাও আছিল।

ইতিমধ্যে এই শোকাৱহ আগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব বুলিও ঘোষণা কৰিছে।

এতিয়ালৈকে অগ্নিকাণ্ডটো কেনেকৈ সূত্ৰপাত ঘটিল সেয়া জানিব পৰা হোৱা নাই।

Tags: COVID-19

Recent News

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

দৈনিক ১১১ মিনিট খোজ কাঢ়িলেই বৃদ্ধি পাব ১১ বছৰ আয়ুস : কৈছে বিশেষজ্ঞই

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

ছাই সুদৰ্শন-শুভমনৰ বেটিং তাণ্ডৱেৰে প্লে অফলৈ গুজৰাট; যোগ্যতা অৰ্জন আৰ চি বি, পঞ্জাৱৰো

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

কণীৰ পৰা তৈয়াৰ কৰা মেয়নিজ নিষিদ্ধ কৰিলে তামিলনাদুৰ চৰকাৰে : স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক জানো আহক

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাধাৰণ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd