• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জুবিন গাৰ্গক কৃষি বিভাগৰ নহয় কৃষি খণ্ডৰহে ব্ৰেণ্ড এম্বেচাদৰ হ’বৰ বাবে কোৱা হৈছিল; বোকাখাতত অতুল বৰাৰ মন্তব্য

উত্তম শইকীয়া by উত্তম শইকীয়া
September 9, 2020 1:27 pm
432
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ বাসগৃহত মংগলবাৰে নিশা এখন সংবাদ মেলত জুবিন গাৰ্গক কৃষি বিভাগৰ নহয় কৃষি খণ্ডৰহে ব্ৰেণ্ড এম্বেচাদৰ হ’বৰ বাবে কোৱা বুলি মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷

“জুবিন গাৰ্গক আমি কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ হ’বৰ বাবে কোৱা নাছিলো ৷ জুবিন নিজেই এক এম্বেচাডৰ ৷ তেওঁক আমি কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেচাডৰ হ’বলৈহে কৈছো ৷ বিভাগ আৰু খণ্ডৰ মাজত পাৰ্থক্য আছে ৷ অসমৰ ৰাইজে কথাটো ভুলকৈ বুজিছে” অতুল বৰাই এইদৰে কয় ৷

গুৱাহাটী নিম্ন আদালতে অগপৰ অধিৱেশনক লৈ দিয়া ৰায় সম্পৰ্কত অতুল বৰাই এতিয়াও তেনে একো জাননী ন্যায়লয়ৰ পৰা পোৱা নাই বুলি মন্তব্য কৰাৰ লগতে এই প্ৰসংগত প্ৰয়োজন হলে উচ্চ ন্যায়লয়ৰ কাষ চাপিব বুলিও মন্তব্য কৰে ৷

সদৌ অসম ছাত্ৰ সন্থা , কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন দল সম্পৰ্কত সাংবাদিকৰ প্ৰশ্নৰ বিপৰীতে অতুল বৰাই ৰাইজে অগপক আকোৱালি ল’ব বুলি মন্তব্য কৰে ৷ বৰাই লগতে অহা বিধান সভা নিৰ্বাচনত মিত্ৰতা অটুত থাকিব বুলি কৈ বোকাখাতৰ পৰাই তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনায় ৷ অৱশ্যে মুখ্য মন্ত্ৰী কোন হ’ব এই সম্পৰ্কত মন্তব্য কৰাৰ পৰা বিৰত থাকে  অতুল বৰা  ৷

আগন্তুক নিৰ্বাচনত  অগপ দলে পূৰ্বতকৈ বেছি আসন পাব বুলি মন্তব্য কৰি অতুল বৰাই এতিয়াও আসন সম্পৰ্কত বিজেপিৰে আলোচনা হোৱা নাই বুলি কয় ৷ লগতে গোলাঘাটত অগপৰ হৈ গৰিমা গাৰ্গে প্ৰতিদ্বন্দিতা কৰিবনে নাই সেই সম্পৰ্কতো মন্তব্য দিয়াৰ পৰা আঁতৰি থাকে ৷

ইফালে বোকাখাতত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ  পৰিষদৰ লগতে গোৰ্খা ছাত্ৰ সন্থা আৰু কংগ্ৰেছৰ দলৰ মুঠ ২৪ গৰাকী বিষয়ববীয়াই মংগলবাৰে নিশা আনুষ্ঠানিকভাৱে অসম গন পৰিষদ দলত যোগদান কৰে ৷ অতুল বৰাৰ বাসগৃহত কৃষি মন্ত্ৰী গৰাকীৰ উপস্থিতিত অনুস্থিত এই যোগদান কাৰ্যসূচীত অগপ দলৰ পতাকাৰে যোগদান কৰা সকলক দললৈ স্বাগতম জনাই অতুল বৰাই ৷

Recent News

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

‘বহুতে ৰাছিয়াৰ পৰা তেল কিনে, ৫০ শতাংশ শুল্ক অযুক্তিকৰ!’ ট্ৰাম্পক তীব্ৰ সমালোচনা ভাৰতৰ

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

৫,০০০ টকাৰ বিল ৰেহাইৰ উদ্দেশ্য: চিচিটিভি ফুটেজত প্ৰকাশ পালে নিৰামিষ বিৰিয়ানীত মাংসৰ হাড় মিলোৱা ভিডিঅ’

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

মছজিদৰ ভিতৰত ৫ বছৰীয়া কিশোৰীক ধৰ্ষণ! গ্ৰেপ্তাৰ মুছলমান ধৰ্মগুৰু

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

টাটা কনছালটেন্সিৰ কৰ্মচাৰীৰ গণ বহিষ্কাৰৰ মাজতে ইনফ’ছিছৰ বৃহৎ ঘোষণাঃ ২০ হাজাৰ কৰ্মচাৰীয়ে পাব চাকৰি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd