NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

ফিজিঅ’থেৰাপিষ্টসকল ডাক্তৰ নহয়। গতিকে তেওঁলোকৰ নামৰ আগত ‘ডাঃ’ লিখিব নোৱাৰিব। স্বাস্থ্য সেৱা সঞ্চালকালয়ে ভাৰতীয় চিকিৎসা সংস্থালৈ প্ৰেৰণ কৰা এখন পত্ৰত...

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

মাওবাদীৰ বিৰুদ্ধে যুঁজত আন এক সফলতা লাভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, ছত্তীশগড়ৰ বাষ্টাৰত ১৬টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে।...

নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

নিৰ্বাচনমুখী বিহাৰত আৰ জে ডি নেতাক গুলীয়াই হত্যা : প্ৰশ্নৰ সন্মুখীন নীতিশ প্ৰশাসন

বিহাৰত আহি আছে বিধানসভা নিৰ্বাচন। তাৰ আগতে পুনৰ এই বিজেপি শাসিত ৰাজ্যত ৰক্তপাতৰ সূত্ৰপাত হৈছে। বুধবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা...

নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

নেপালৰ জেলৰ পৰা পলায়ন ১৫ হাজাৰ কুখ্যাত অপৰাধী, ভাৰতত প্ৰৱেশৰ চেষ্টা! বাঢ়িছে আতংক

বিদ্ৰোহৰ জুইত অগ্নিগৰ্ভ নেপাল। অবাধে চলি আছে লুটপাত। বেংক ডকাইতিৰ খবৰ যিদৰে আহিছে, সেইদৰে উদ্যোগপতি আৰু নেতাৰ ঘৰবোৰক লক্ষ্য কৰি...

‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

‘চকুত চকুপানী লৈ নাচিব নোৱাৰি’, মণিপুৰত প্ৰধানমন্ত্ৰীৰ বাবে পতা অনুষ্ঠানৰ বিৰোধিতা কুকি-জো সংগঠনৰ

প্ৰায় আঢ়ৈ বছৰৰ অন্তত ১৩ ছেপ্টেম্বৰত হিংসা জৰ্জৰিত মণিপুৰলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তেওঁক আদৰণি জনাই প্ৰশাসনে কেইবাটাও সাংস্কৃতিক...

পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

পদে পদে মৃত্যুৰ ভয়, উদ্ধাৰৰ বাবে হাহাকাৰ – ৰাছিয়াৰ সেনাত আবদ্ধ ভাৰতীয় যুৱকৰ কাতৰ মিনতি

ৰাছিয়াত থকা বহু ভাৰতীয় যুৱক-যুৱতীক ভুৱা প্ৰতিশ্ৰুতিৰ ফান্দত পেলাই যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা অভিযোগ উঠিছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধত এতিয়াও আৱদ্ধ থকা বহু...

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি: মাতৃৰ হাততে প্ৰাণ হেৰুৱালে কণমানিয়ে

সম্প্ৰতি বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা! পৰিণতিত একাংশ লোকে নৃশংস অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। শেহতীয়াকৈ পোহৰলৈ আহিছে কৰ্ণাটকৰ হাবেৰি...

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে প্ৰাচীন লিপি অধ্যয়নৰ চিন্তা চৰকাৰৰঃ প্ৰযুক্তিৰ সীমাবদ্ধতাক লৈ উদ্বিগ্ন বিশেষজ্ঞ সমাজ

ভাৰত চৰকাৰে প্ৰাচীন পাণ্ডুলিপিত সংৰক্ষিত জ্ঞান পঢ়িবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) হাতৰ লিখা পাঠ স্বীকৃতি প্ৰযুক্তি ব্যৱহাৰ কৰি জ্ঞান ভাৰতম মিছন...

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং! পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদৰ

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিং! পুংখানুপুংখ তদন্তৰ দাবী কংগ্ৰেছ সাংসদৰ

মঙলবাৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে জয়লাভ কৰাৰ পাছত তৃণমূল লোকসভাৰ নেতা অভিষেক বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে...

আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠাত ভাষণ দি থাকোতে গুলীয়াই হত্যা ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক

আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠাত ভাষণ দি থাকোতে গুলীয়াই হত্যা ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক

বুধবাৰে আমেৰিকাৰ ইউটা ভেলী বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সমাৱেশত ভাষণ দি থকাৰ সময়ত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক গুলীয়াই হত্যা...

Page 14 of 5973 1 13 14 15 5,973

Stay Connected

Recent News