অহা ৩০ ডিচেম্বৰত ব্রহ্মপুত্র বোর্ডৰ কাম কাজৰ পৰ্যালোচনা কৰিবলৈ কাজিৰঙাত অনুষ্ঠিত হ’ব উচ্চ ক্ষমতাসম্পন্ন পৰিষদৰ বৈঠক
অহা ৩০ ডিচেম্বৰত কেন্দ্ৰীয় পথ পৰিবহন, জলসম্পদ আৰু গংগা পৰিশোধন বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীৰ সভাপতিত্বত ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এখন উচ্চ ক্ষমতাসম্পন্ন...