ভাৰতীয় জনতা পাৰ্টিৰ ৩০ কোটিটকীয়া অফিচ
ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ পিছত তেওঁলোকে আটাইতকৈ বেছি গুৰুত্ব দিয়া কথাটো হৈছে নিজৰ পাৰ্টিটো।ধনে,জনে পাৰ্টিটো চহকী কৰিবলৈ তেওঁলোক উঠিপৰি...
ভাৰতীয় জনতা পাৰ্টি শাসনলৈ অহাৰ পিছত তেওঁলোকে আটাইতকৈ বেছি গুৰুত্ব দিয়া কথাটো হৈছে নিজৰ পাৰ্টিটো।ধনে,জনে পাৰ্টিটো চহকী কৰিবলৈ তেওঁলোক উঠিপৰি...
অসমৰ মুখ্যমন্ত্ৰীজন ৰাজ্য প্ৰশাসনৰ মুৰব্বী।আমি বিচাৰোঁ তেওঁৰ আচৰণ,ব্যৱহাৰ ৰাজ্য প্ৰশাসনৰ সকলোৰে বাবে আদৰ্শ আৰু অনুকৰণীয় হওক।মুখ্যমন্ত্ৰীৰ আচৰণ,ব্যৱহাৰ আৰু কথা বতৰাৰ...
প্ৰফুল্ল মহন্তৰ লগত এসময়ত মোৰ এক আন্তৰিক সম্পৰ্ক আছিল। এটা আফচোচ থাকি গ’ল। তেখেত ঢুকুৱাৰ আগেয়ে জি এন আৰ চিলৈ...
চৰকাৰৰ লগত সংবাদপত্ৰ বা প্ৰচাৰ মাধ্যমৰ সম্পৰ্ক কেনে হোৱা উচিত? সৌহাৰ্দ্যপূৰ্ণ নে অসৌহাৰ্দ্যপূৰ্ণ? তেনে কোনো কথা নাই।এইখিনিতে আমি এটা কথা...
অসমত ১,৭০০ খন চৰকাৰী স্কুল বন্ধ হোৱাৰ খবৰটো আমি কেনেদৰে ল’ম? এই কথাটো আমি সহজভাৱে লোৱা উচিতনে? যি কোনো এখন...
যোগেন্দ্ৰ যাদৱক বহুদিনৰ পৰা জানো। প্ৰথমে নিৰ্বাচন বিশ্লেষক হিচাপে, পিছলৈ আম আদমী পাৰ্টিৰ নেতা হিচাপে। যোগেন্দ্ৰ যাদৱক এদিনেই মই বৰ...
এইবাৰ চৰকাৰে সমগ্ৰ দেশতে অতি জাকজমকতাৰে স্বাধীনতাৰ হীৰক জয়ন্তী পালন কৰাৰ বাবে উদ্যোগ লৈছিল। এইটো নিশ্চয় এটা ভাল পদক্ষেপ আছিল।...
প্ৰথমে ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তী উপলক্ষে নৰ্থ-ইষ্ট নাওৰ সমূহ পাঠকলৈ মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাবলৈ গ’লে ভাৰতবৰ্ষৰ দৰে...
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰবাৰ এন ডিএৰ পৰা ওলাই আহি ইউ পি এৰ লগ লাগিছে।এন ডি এৰ মুখ্যমন্ত্ৰী হিচাপে কালি...
অসম চৰকাৰৰ মন্ত্ৰীসভাই সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ স্কুল সমূহত তৃতীয় শ্ৰেণীৰপৰা গণিত আৰু বিজ্ঞান অসমীয়াৰ লগতে ইংৰাজী...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd