• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“সশস্ত্ৰ গ্ৰাহক”ৰ দলৰ প্ৰৱেশত আতংকময় পৰিৱেশ গুৱাহাটীৰ ডেকাথলনত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2019 5:41 pm
SF-10 commandos at Decathlon

অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ গুৱাহাটীৰ ডেকাথলনত এছ এফ-টেন কমাণ্ডোৰ সদস্য

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰৱেশ কৰা “গ্ৰাহক”ৰ এটা দলে আজি গুৱাহাটীস্থিত ডেকাথলন নামৰ বিখ্যাত ক্ৰীড়া সামগ্ৰী ষ্ট’ৰটোত সৃষ্টি কৰে এটা আতংকৰ পৰিৱেশ।

দলটো প্ৰৱেশৰ সময়ত এজাক চঞ্চল শিশুৱে ষ্ট’ৰটোত নিজৰ পচন্দৰ ক্ৰীড়া সামগ্ৰী বিচাৰি চঞ্চলতাৰে ইফাল-সিফাল কৰি ফুৰিছিল।

কিন্তু বুলেটপ্ৰুফ জাকেটৰ সৈতে জলফাইৰঙী পোচাকত থকা দলটোৰ হাতত মাৰণাস্ত্ৰ দেখি শিশুবোৰৰ মুখ বিৱৰ্ণ হৈ পৰে আৰু লগে লগে আশ্ৰয় বিচাৰি মাক-দেউতাকৰ কাষ চাপে।

কন্দনামুৱা হৈ এটি সৰু ছোৱালীৰ মাকক প্ৰশ্ন, “এওঁলোক কোন মা? কিয় আহিছে ইয়ালৈ?”

প্ৰায়বোৰ শিশুৰ অৱস্থা একে হয়। তেওঁলোকে এই সশস্ত্ৰ দলটোক কোনোবা হত্যাকাৰী অথবা উগ্ৰপন্থী বুলি ভবা বুলি পিছত জানিবলৈ দিয়ে।

সশস্ত্ৰ দলটো আছিল মেঘালয় আৰক্ষীৰ বিশেষ বাহিনী (এছ এফ টেন)ৰ কমাণ্ডো সদস্যৰ। তেওঁলোকেও কিছুমান সামগ্ৰী কিনাৰ বাবে ডেকাথলনত সোমাইছিল।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ওচৰতে আজাৰাত থকা এই ক্ৰীড়া সামগ্ৰী ষ্ট’ৰটো বিভিন্ন উৎকৃষ্ট মানৰ সামগ্ৰী বিচাৰি সমগ্ৰ উত্তৰ-পূবৰ গ্ৰাহকে ভ্ৰমণ কৰে।

কিন্তু অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লোৱা দলটোৰ আকস্মিক উপস্থিতিয়ে শিশুসকলৰ লগতে বহুতকে বিব্ৰত কৰিছিল।

ষ্ট’ৰটোৰ নিৰাপত্তাৰক্ষীৰ বাধাৰ সন্মুখীন নোহোৱাকৈ তেওঁলোক কেনেকৈ অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰৱেশ কৰিবলৈ সক্ষম হ’ল সেই প্ৰশ্ন কৰিছে শিশুবোৰৰ অভিভাৱককে ধৰি অন্যান্য গ্ৰাহকসকলে।

মেঘালয় পুলিচত এছ এফ টেন বাহিনীটো ২০১৬ চনত গঠন কৰা হৈছিল গাৰো পাহাৰ জিলাৰ সশস্ত্ৰ বিদ্ৰোহীক দমন কৰিবৰ বাবে।

বিশেষ বাহিনীটোৰ প্ৰথমটো বেচ্ছত ২২৩জন কমাণ্ডো আৰু ১১৩জন ৰেঞ্জাৰ আছিল। তেওঁলোকৰ প্ৰতিজন সদস্যই মাৰাত্মক অস্ত্ৰ-শস্ত্ৰেৰে সুসজ্জিত হৈ থাকে।

বাহিনীটো গঠন কৰা কেইমাহমানৰ পিছতে উগ্ৰপন্থী অধ্যূষিত গাৰো পাহাৰক বাহিনীটোৱে গাৰো নেশ্যনেল লিবাৰেইশ্যন আৰ্মিৰ (GNLA) পৰা মুক্ত কৰিছিল।

যোৱা ফেব্ৰুৱাৰি ২৪ তাৰিখে বিদ্ৰোহী সংগঠনটোৰ কমাণ্ডাৰ ইন চিফ শ্বোহান ডি শ্বিৰাক গুলীয়াই হত্যা কৰিছিল। তাৰ পিছতে গাৰো পাহাৰত সশস্ত্ৰ বিদ্ৰোহৰ যৱনিকা পৰে।

আজি সশস্ত্ৰ দলটো বিনা বাধাই ষ্ট’ৰটোত প্ৰৱেশ কৰা সন্দৰ্ভত ষ্ট’ৰটোৰ নিৰাপত্তাৰক্ষীয়ে কয়, “আমি একো ক’বলৈকে নাপালো। তেওঁলোক গাড়ীৰ পৰা নামিয়ে হুৰ-মূৰকৈ সোমাই গ’ল”।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd