• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অযোধ্যাৰ বিশ্বমানৰ বিমান বন্দৰৰ নামকৰণ কৰা হ’ব ৰামচন্দ্ৰৰ নামেৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2020 7:34 pm
up100
246
VIEWS
Share on FacebookShare on Twitter

ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত নিৰ্মাণ হ’ব এটা বিশ্বমানৰ বিমান বন্দৰ।

আন্তঃৰাষ্ট্ৰীয় মানৰ সকলো সুবিধা উপলব্ধ হ’বলগীয়া এই বিমান বন্দৰটোৰ নামকৰণ কৰা হ’ব ৰামৰ নামেৰেই।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই কথা প্ৰকাশ কৰিছে।

আদিত্যনাথে প্ৰকাশ কৰা মতে অযোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতে সেই স্থানলৈ দেশ-বিদেশৰ লাখ লাখ পৰ্যটকৰ সোঁত বব।

পৰ্যটক সকলৰ সুবিধাৰ্থেই অযোধ্যাত এটা বিশ্ব মানৰ বিমান বন্দৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে।

ইতিমধ্যে বিমান বন্দৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটি অধিগ্ৰহণ কৰা হৈছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰকাশ কৰা মতে ২০২১ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ৰামচন্দ্ৰৰ নামেৰে নামকৰণ কৰিবলগীয়া বিমান বন্দৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব।

উত্তৰ প্ৰদেশৰ অসামৰিক বিমান পৰিবহণ দপ্তৰৰ মন্ত্ৰী নন্দ গোপাল নন্দীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে বিমান বন্দৰৰ নিৰ্মাণৰ বাবে ইতিমধ্যে আদিত্যনাথৰ চৰকাৰে ৫২৫ কোটি টকা মোকলাই দিছে।

ইয়াৰে ৩০০ কোটি টকা ইতিমধ্যে খৰচ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ১৭ ছেপ্তেম্বৰৰ পিছত অয্যোধ্যাত ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব আৰু তিনি বছৰৰ ভিতৰতে মন্দিৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে।

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd