• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ ক’ৰ’ণাত আক্ৰান্ত মোডী মন্ত্ৰী সভাৰ আন এজন কেন্দ্ৰীয় মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2020 8:44 pm
Shripad_Naik_PTI
177
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হ’ল আন এজন কেন্দ্ৰীয় মন্ত্ৰী।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল,কৈলাশ চৌধুৰী,ধৰ্মেন্দ্ৰ প্ৰধান আদিৰ পিচত আজি ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হয় আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়ক।

আজি বিয়লি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে টুইটাৰত তেওঁ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰে।নায়কে কয় যে তেওঁৰ ক’ৰ’ণাত আক্ৰান্ত হ’লেও তেওঁৰ দেহত কোনো লক্ষণ ফুটি উঠা নাই।

সেই বাবেই তেওঁ ঘৰতে আচুতীয়াকৈ থকাৰ ব্যৱস্থা কৰিছে বুলি টুইটাৰত প্ৰকাশ কৰিছে।মন্ত্ৰী গৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলক ক’ৰ’ণা ভাইৰাচৰ পৰীক্ষা কৰোৱাবলৈ আহ্বান জনাইছে।

উল্লেখ্য কিছুদিন পূৰ্বে আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰীপদ নায়ক সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছিল বাবা ৰামদেৱৰ ক’ৰ’নিল নামৰ দৰৱ বিধ ক’ৰ’ণাৰ দৰৱ হিচাবে বিক্ৰী কৰিব নোৱাৰিব বুলি কৈ। মন্ত্ৰী নায়কৰ পদক্ষেপৰ বাবেই ক’ৰ’ণাৰ দৰৱ বুলি প্ৰচাত চলোৱা ক’ৰ’নিলৰ বিক্ৰী বন্ধ হৈ পৰিছিল।

মন্ত্ৰী গৰাকীয়ে ৰামদেৱৰ দৰৱ বিধ কেৱল চৰ্দি-জ্বৰৰ দৰৱ হিচাবেহে বিক্ৰী কৰিব পাৰিব বুলি নিৰ্দেশ দিছিল।

মন্ত্ৰী নায়কৰ এনে নিৰ্দেশৰ পিছতে থমকি ৰ’ৱ লগীয়া হৈছিল ৰামদেৱ।

Tags: COVID19

Recent News

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

হতাশ অনুৰাগী! ‘বিৰাট’ যুগৰ অৱসান; টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ‘কিং’ কোহলীৰ

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৰাচী ধ্বংস কৰিবলৈ সাজু আছিল ভাৰতীয় নৌসেনা: সংবাদমেলত সদৰী কৰিলে ভাইচ এডমিৰেলে

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

কৃষি বিজ্ঞানী পদ্মশ্ৰী সুবান্না আয়াপ্পানৰ ৰহস্যজনক মৃত্যু; কাবেৰী নদীৰ পৰা উদ্ধাৰ মৃতদেহ

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ পৰা নৰেন্দ্ৰ মোডীলৈকে ব্যক্তিগত সচিব পদ চম্ভালা কোন এই বিক্ৰম মিশ্ৰী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd