• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খাদ্যপ্ৰেমীৰ বাবে বেয়া খবৰ! জোমাট’য়ে বন্ধ কৰিলে দুটা গুৰুত্বপূৰ্ণ সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2025 6:30 am
163
VIEWS
Share on FacebookShare on Twitter

মাত্ৰ চাৰি মাহ পূৰ্বে আৰম্ভ কৰা দুটা সেৱা বন্ধ কৰি দিছে জোমাট’এ। অনলাইন ফুড ডেলিভাৰী কোম্পানীটোৱে জনোৱা মতে, ১ মে’ৰ পৰা জ’মেটো কুইক আৰু জ’মেটো এভাৰিডে সেৱা বন্ধ কৰি দিছে।

চাৰি মাহ পূৰ্বে Zomato-এ এই Quick service আৰম্ভ কৰিছিল। এই সেৱাৰ জৰিয়তে তেওঁলোকে মাত্ৰ ১৫ মিনিটতে গ্ৰাহকৰ ঘৰলৈ অৰ্ডাৰ কৰা খাদ্য ডেলিভাৰী কৰিছিল। জোমাট’ৱে কলকাতা, হায়দৰাবাদ, মুম্বাই, বেংগালুৰুকে ধৰি কেইবাখনো ডাঙৰ চহৰত এই সেৱা আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত ভাল সঁহাৰি পোৱা গৈছিল। কিন্তু লাহে লাহে ই নিস্তেজ হৈ পৰে।

কিন্তু কিয় হঠাৎ এই সেৱা দুটা বন্ধ হৈ গ’ল? কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া অক্ষান্ত গোৱেলে কয় যে, ‘আমি এই সেৱা দুটা আপাততঃ বন্ধ কৰাৰ সিদ্ধান্ত লৈছো। এই মুহূৰ্তত আমাৰ হোটেল বা ৰেষ্টুৰেণ্টত ১০ মিনিটৰ ভিতৰত গ্ৰাহকক তথ্য প্ৰদান কৰিব পৰা আন্তঃগাঁথনি নাই। তদুপৰি গ্ৰাহকক মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।’

আনহাতে, জোমাট’ৱে নিজৰ এভাৰিডে সেৱাৰ জৰিয়তে গ্ৰাহকসকলক ঘৰৰ ক্লাউড কিচেনৰ পৰা পোনপটীয়াকৈ খাদ্য যোগান ধৰিছিল। সেই সেৱাও বন্ধ কৰি দিছে। এই সন্দৰ্ভত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে, ‘আমাৰ প্ৰতিনিধিসকলে ঘৰতে ৰন্ধা খাদ্য গ্ৰাহকক যত্নপূৰ্বক যোগান ধৰিছিল। কিন্তু গ্ৰাহক সন্তুষ্ট নোহোৱাৰ বাবে এই সেৱা বন্ধ কৰি দিয়া হৈছিল।’

Recent News

যোধা আৰু আকবৰৰ বিয়া হোৱাই নাছিল, ব্ৰিটিছৰ প্ৰভাৱত বিকৃত হ’ল ইতিহাস : এই মন্তব্য ৰাজস্থানৰ ৰাজ্যপালৰ

যোধা আৰু আকবৰৰ বিয়া হোৱাই নাছিল, ব্ৰিটিছৰ প্ৰভাৱত বিকৃত হ’ল ইতিহাস : এই মন্তব্য ৰাজস্থানৰ ৰাজ্যপালৰ

বিহাৰৰ ৰাজনীতি : মহিলাই বিচাৰে নীতিশক, তৰুণ প্ৰজন্মই বিচাৰে তেজস্বী যাদৱক

বিহাৰৰ ৰাজনীতি : মহিলাই বিচাৰে নীতিশক, তৰুণ প্ৰজন্মই বিচাৰে তেজস্বী যাদৱক

‘অপাৰেচন সিন্দুৰ’ত নিহত পাকিস্তানীৰ প্ৰতি শোক! কলম্বিয়াত হতাশ ভাৰতীয় প্ৰতিনিধি দল

‘অপাৰেচন সিন্দুৰ’ত নিহত পাকিস্তানীৰ প্ৰতি শোক! কলম্বিয়াত হতাশ ভাৰতীয় প্ৰতিনিধি দল

ভাৰতীয় সেনাত ইতিহাস ৰচিলে ১৭ তৰুণীয়ে : ৩০০ পুৰুষৰ সৈতে প্ৰতিযোগিতা কৰি জিলিকি উঠিল এনডিএ-ৰ ছাত্ৰী

ভাৰতীয় সেনাত ইতিহাস ৰচিলে ১৭ তৰুণীয়ে : ৩০০ পুৰুষৰ সৈতে প্ৰতিযোগিতা কৰি জিলিকি উঠিল এনডিএ-ৰ ছাত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd