• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সমষ্টিবাসীৰ বাবে নিজে মাস্ক চিলাই কৰাত ব্যস্ত বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পত্নী বন্দনা শইকীয়া

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 2, 2020 2:42 pm
বন্দনা শইকীয়া

বন্দনা শইকীয়া

6.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত অসম বিধানসভাৰ বিৰোধী দলপতি নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়াৰ সহধৰ্মিণী তথা অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ বোৱাৰী বন্দনা শইকীয়া সম্প্ৰতি মাস্ক চিলাই কৰা কৰ্মত ব্যস্ত হৈ পৰিছে।

সমগ্ৰ বিশ্বত ক’ৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত মাস্ক পৰিধান কৰি এই মহামাৰীৰ সংক্ৰমণ ৰোধৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ হকে বিৰোধী দলপতি শইকীয়াৰ পত্নীয়ে এনেদৰে হাতে-কামে মাস্ক প্ৰস্তুত কৰা কাৰ্য্যত লাগি যোৱা দৃশ্যই সকলোকে উৎসাহিত কৰাৰ লগতে মাস্ক পৰিধানৰ গুৰুত্বৰ ওপৰত সজাগ কৰি তুলিছে।

শেহতীয়াভাৱে, সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীকো ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাসে চিন্তাত নিমগ্ন কৰি কৰি পেলাইছে সেই সময়ত এই গৰাকী সমাজ সচেতন মহিলাই তেখেতসকলৰ সমষ্টিবাসীৰ প্ৰতি চিন্তিত হৈ হাতে-কামে যুদ্ধ ক্ষেত্ৰত নামি পৰিছে।

উল্লেখযোগ্য যে, ল’কডাউনৰ বাবে যিহেতু ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হৈ আছে সেয়েহে বন্দনা শইকীয়াই স্বগৃহত নিজেই মাস্ক চিলাই কৰি সমষ্টিবাসীৰ মাজত বিনামুলীয়াকৈ বিতৰণৰ ব্যৱস্থা কৰি দায়বদ্ধতাৰ পৰিচয় দিছে।

সমাজৰ প্ৰতি থকা তেখেতৰ এনে দায়বদ্ধতা সমষ্টিবাসীৰ বাবে এতিয়া আদৰ্শস্বৰূপ হৈ পৰিছে।

বৰ্তমানলৈ অসমত মুঠ ৪২ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী লোকৰ মৃত্যু হৈছে।

আনহাতে, ৩২ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰি স্বগৃহলৈ উভতিছে।

Recent News

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ দোষী সাব্যস্ত হ’ল GNRC হাস্পতালঃ ভুক্তভোগীক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজতে তালিবানৰ বিদেশমন্ত্ৰীৰ সৈতে আলোচনা সুব্ৰমণ্যম জয়শংকৰৰ

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভূমিকম্প! পুৱাই পুৱাই কঁপি উঠিল চীন, নিশা আফগানিস্তানতো অনুভুত কম্পন

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

ভুৱা নথি লৈ প্ৰবাসী ভাৰতীয় কোটাৰ অধীনত মেডিকেল কলেজত নামভৰ্তি! চাৰিখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা কোটি কোটি টকা জব্দ ইডিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd