• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত প্ৰৱেশৰ লগে লগেই লাইনচ্যুত হ’ল হমছফৰ এক্সপ্ৰেছ

পিনাকী দাস by পিনাকী দাস
April 30, 2019 1:01 pm
hamsafar-derails-

ফটো : নর্থ-ইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-ত্ৰিপুৰা সীমান্তৱৰ্তী এটা অঞ্চলত আজি ৰাতিপুৱা প্ৰায় ৮.১৫ মান বজাত আগৰতলা-বেংগালুৰু হমছফৰ এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰা গৈছে। অৱশ্যে এই দুৰ্ঘটনাটোত কোনো লোকৰে ক্ষতি হোৱা নাই।

জানিব পৰা মতে এক্সপ্ৰেছখন অসমত প্ৰৱেশ কৰাৰ লগে লগে চুৰাইবাৰী আৰু কলকলিঘাটৰ মাজত অৱস্থিত চৰজুল দলঙৰ ওপৰত দুটা চকা লাইনচ্যুত হয়। যাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাটো সন্দৰ্ভত এগৰাকী যাত্ৰীয়ে কয় যে ৰে’লখন লাহে লাহে গতি ল’বলৈ ধৰোতেই দুটা চকা লাইনচ্যুত হয়। কিন্তু যদিহে ইয়াৰ গতিবেগ বেছি হ’লহৈ তেন্তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’লহেতেন।

ইফালে ঘটনাস্থলত ৰে’লৱে বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। কিন্তু কি কাৰণত ৰে’লখনৰ দুটা চকা লাইনচ্যুত হ’ল সেই সম্পৰ্কে একো কোৱা নাই ৰে’লৱে বিভাগৰ তৰফৰ পৰা।

ইতিমধ্যে বদৰপুৰৰ পৰা এখন উদ্ধাৰকাৰী ৰে’লৰ লগতে বিভিন্ন বিষয়া-কৰ্মচাৰী দুৰ্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ ৰে’লখন পুনৰ উদ্ধাৰ কৰাৰ লগতে চুৰাইবাৰী ষ্টেশ্যনলৈ লৈ অনা হৈছে বুলি জানিব পৰা গৈছে।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

August 13, 2025 6:00 pm
নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

‘তামিলনাডুৰ বাবে কি কৰিলে?’- এইদৰে কৈ ৰাজ্যপালৰ পৰা ডিগ্ৰী ল’বলৈ অস্বীকাৰ ছাত্ৰীৰ

August 13, 2025 7:38 pm
কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd