• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ সেনাত নিযুক্ত প্ৰথমগৰাকী মহিলা মেজৰ জেনেৰেল ড০ ছুছান গিতি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 2, 2018 12:49 pm
b-1-750x375

বাংলাদেশৰ মেজৰ জেনেৰেল হিচাপে নিযুক্ত প্ৰথমগৰাকী মহিলা ড০ ছুছান গিতি। ফটো : বাংলাদেশ ২৪ নিউজ

167
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে বাংলাদেশৰ সেনা বাহিনীয়ে ইয়াৰ মেজৰ জেনেৰেল পদত নিযুক্তি দিলে এগৰাকী মহিলাক। দেওবাৰে বাংলাদেশ সেনাৰ সৰ্বাধিনায়ক আজিজ আহমেদ আৰু কোৱাৰ্টাৰ মাষ্টাৰ জেনেৰেল লেঃ জেনেৰেল মহম্মদ শামছুল হকে প্ৰথম গৰাকী মহিলা হিচাপে ড০ ছুছান গিতিক মেজৰ জেনেৰেল মৰ্যাদাৰ বেজ প্ৰদান কৰে।

মেজৰ জেনেৰেল ড০ ছুছান গিতিয়ে ১৯৮৫ চনত ৰাজশ্বাহী মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্তমান সেনা বাহিনীৰ মেডিকেল কলেজৰ পেথ’লজি বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত আছিল।

তেওঁ এম বি বি এছ ডিগ্ৰীৰ উপৰিও এম চি পি এছ, এফ চি পি এছ, এম এম এ ডিৰ দৰে কেইবাটাও সন্মানীয় ডিগ্ৰী লাভ কৰিছে।

ড০ গিতিয়ে ১৯৮৬ চনত বাংলাদেশ সেনা বাহিনীৰ মেডিকেল পদত এগৰাকী চিকিৎসক হিচাপে কেপ্টেইন পদ মৰ্যাদাৰে যোগদান কৰিছিল।

তেওঁ ১৯৯৬ চনত প্ৰথমগৰাকী মহিলা হিচাপে হেমাট’লজিত এফ চি পি এছ ডিগ্ৰীও লাভ কৰিছিল।

তেওঁ পূৰ্বতে কেইবাখনো সামৰিক হাস্পাতলত কাম কৰিছিল আৰু তেওঁৰ স্বামী ব্ৰিগেডিয়াৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) আছাদুল্লাহ মহম্মদ হুছেইন চাদ সেনাৰ এগৰাকী চিকিৎসক আছিল।

প্ৰধনমন্ত্ৰী শ্বেখ হাছিনাৰ শাসনকালত ড০ গিতিৰ নিযুক্তিয়ে বাংলাদেশত এটা নতুন ইতিহাসৰ সৃষ্টি কৰিলে।

 

Recent News

প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত হ’ব লোকপিয়ল! দুটা পৰ্যায়ত সম্পন্ন হ’ব সমগ্ৰ প্ৰক্ৰিয়া

প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমত হ’ব লোকপিয়ল! দুটা পৰ্যায়ত সম্পন্ন হ’ব সমগ্ৰ প্ৰক্ৰিয়া

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd