• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাংলাদেশৰ পৰা ভাৰতলৈ পলাই আহি অশ্লীল ছবিত অভিনয়; গুৱাহাটীত গ্ৰেপ্তাৰ যুৱতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2025 1:17 pm
301
VIEWS
Share on FacebookShare on Twitter

অশ্লীল ছবিৰ শ্বুটিং কৰিবলৈ গৈ গুৱাহাটীত গ্ৰেপ্তাৰ হ’ল এগৰাকী বাংলাদেশী যুৱতীসহ তিনিজন। সোমবাৰে গুৱাহাটী আৰক্ষীৰ এটা দলে পৰ্ণগ্ৰাফী নিৰ্মাণ কৰাৰ অভিযোগত মহানগৰীৰ এখন হোটেলৰ পৰা স্থানীয় দুজন পুৰুষ আৰু এগৰাকী বাংলাদেশী যুৱতীক গ্ৰেপ্তাৰ কৰে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দিছপুৰ আৰক্ষীৰ নেতৃত্বত এই অভিযান চলিছিল। পূৰ্বৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে হোটেলখনত অভিযান চলাই তিনিওজনক হাতেলোটে ধৰা পেলায়।

জানিব পৰা মতে ধৃত লোক দুজন হৈছে ছফিকুল আৰু জাহাংগীৰ। দুয়োজন অসমৰ বাসিন্দা। মীন আখতাৰ নামৰ এগৰাকী ২২ বছৰীয়া বাংলাদেশী যুৱতীকো গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে ধৃত তিনিজনেই বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত তিনিওজনে গুৱাহাটীৰ চুপাৰ মাৰ্কেট এলেকাৰ এখন হোটেলত কোঠা বুকিং কৰিছিল। তাৰ পৰাই আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

কোঠাটোত উদ্ধাৰ হোৱা সঁজুলিৰ পৰা অনুমান কৰা হৈছে যে কোঠাটোত পৰ্ণগ্ৰাফী নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল। আৰক্ষী সূত্ৰৰ মতে, ধৃত মীন আখতাৰক জেৰাৰ সময়ত জানিব পৰা গৈছে যে তেওঁ বাংলাদেশৰ পৰা বৈধ ভিছা বা পাছপ’ৰ্ট অবিহনেই অসমত প্ৰৱেশ কৰিছিল।

যুৱতীগৰাকীয়ে অকলে সীমান্তলৈ আহি চাকৰিৰ নামত ভুৱা তথ্য দি ভাৰতত প্ৰৱেশ কৰে। অৱশ্যে এই ঘটনাত আন কোনো লোক জড়িত আছিল নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰাৰম্ভিক তদন্তৰ পৰা এই ঘটনাত আৰু এটা বৃহৎ চক্ৰ জড়িত হ’ব পাৰে বুলি আৰক্ষীয়ে অনুমান কৰিছে।

Recent News

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd