• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেমিকৰ লগত বিয়া হ’বলৈ ভাৰতত অবৈধ অনুপ্ৰৱেশ বাংলাদেশী মহিলাৰ। তাৰ পিছত…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2023 6:02 pm
2.1k
VIEWS
Share on FacebookShare on Twitter

ভৌগোলিক দূৰত্ব বা কাঁটা তাঁৰে কেতিয়াও প্ৰেমক বাধা দিব নোৱাৰে। প্ৰেমৰ বাবে কাঁইটীয়া তাঁৰ পাৰ হৈ বাংলাদেশৰ পৰা ভাৰতলৈ আহিছে ২৪ বছৰীয়া ফাতিমা নুছৰত। 

ভালপোৱা মানুহজনক বিয়া কৰাবলৈ ফাতিমাই অবৈধভাবে প্ৰৱেশ কৰিলে ভাৰতত। 

অৱশ্যে আহি পোৱাৰ পিছত হে তাই গম পায় যে তাই ভালপোৱা ডেকাজনৰ বিয়া হৈ গৈছে। 

অৱশ্যে আশাহীন নহৈ বিবাহিত প্ৰেমিকৰ লগত কিছুদিন সময় কটালে ফাতিমাই।  আপোনজনৰ লগত থকাটোও বেছি দিন টিকি নাথাকিল ফাতিমাৰ।

ত্ৰিপুৰা আৰক্ষীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে ফাতিমাক ।

আৰক্ষীৰ তথ্য অনুসৰি ১৫ দিন পূৰ্বে উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ মহকুমাৰ ফুলবাৰী অঞ্চললৈ অবৈধভাৱে কাঁইটীয়া তাঁৰ পাৰ হৈ বাংলাদেশী নাগৰিক ফাতেমা নুছৰত আহিছিল বুলি অভিযোগ উঠিছে। 

বাংলাদেশৰ পৰা ফাতিমা এই দেশলৈ আহিছিল সেই অঞ্চলৰ বাসিন্দা নূৰ জালালক বিয়া কৰাবলৈ।

জানিব পৰা মতে, পলাতক হৈ আছে প্ৰেমিক নূৰ জালাল।

স্থানীয় সূত্ৰ অনুসৰি নূৰ জালাল উত্তৰ ত্ৰিপুৰা জিলাৰ ধৰ্মনগৰ মহকুমাৰ ফুলবাৰী অঞ্চলৰ বাসিন্দা। নূৰ এজন স্বঘোষিত কবিৰাজ (আয়ুৰ্বেদ সাধক) আৰু বিবাহিত। 

নূৰ মাজে মাজে বাংলাদেশৰ মৌলবী বজাৰলৈ গৈছিল। তাতেই তেওঁ ফাতিমা নুছৰতক লগ পাইছিল। লাহে লাহে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে।

বৃহস্পতিবাৰে ফাতিমাক গ্ৰেপ্তাৰ কৰি ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

Recent News

দুটাকৈ ভোটাৰ আইডি বিজেপি নেতাৰ! জাননী জাৰি কৰিলে নিৰ্বাচন আয়োগে

লক্ষ্য স্বচ্ছ নিৰ্বাচন! ৪৭৬টা নিষ্ক্ৰিয় ৰাজনৈতিক দলৰ পঞ্জীয়ন বাতিল নিৰ্বাচন আয়োগৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

৩ মাহত ২০০ৰো অধিক পুৰুষৰ ধ*ৰ্ষণৰ বলি বাংলাদেশী নাবালিকা; মুম্বাইৰ পৰা উদ্ধাৰ, ১০ জনক গ্ৰেপ্তাৰ

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

উচ্ছেদ অভিযানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ! ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ পোষকতা

আঠ মিনিটৰ মসৃন অভিযান! বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ লুট কৰি নিলে ৩ অস্ত্ৰধাৰী যুৱকে

আঠ মিনিটৰ মসৃন অভিযান! বেংকৰ লকাৰৰ পৰা ১৫ কেজি সোণ লুট কৰি নিলে ৩ অস্ত্ৰধাৰী যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd