• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাজু থাকক; এই মাহত ১১ দিন বন্ধ থাকিব বেংক, নৱেম্বৰতো বন্ধ থাকিব ৭ দিন

এন ই নাও নিউজ by এন ই নাও নিউজ
October 1, 2019 10:37 am
5295-bank-indisde-new-750x375

প্ৰতিনিধিত্বমূলক ফটো

13.2k
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইদিনমান পূৰ্বৰে পৰা উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পাছতে অক্টোবৰ মাহ আজিৰ পৰা আৰম্ভ হৈছে। চলিত মাহতেই পৰিবহন বিভাগৰ লগতে বেংকৰ কাম কাজতো কিছু সালসলনি ঘটোৱা হৈছে।

পিচে, এই সকলোবেৰৰ মাজতে আপোনাৰ বাবে ডাঙৰ খবৰটো হৈছে অক্টোবৰ মাহত ১১ দিনৰ বাবে বেংকৰ কামকাজ বন্ধ থাকিব।

মাহটোত দুৰ্গা পূজা, দশেৰা আৰু দীপাৱলীৰ দৰে উৎসৱ আছে। সেয়েহে নিজৰ বিত্তীয় ব্যৱস্থাৰ পৰিকল্পনা আপুনি এতিয়াই কৰি ল’ব লাগিব যাতে উৎসৱৰ সময়ত কোনো অসুবিধাৰ সৃষ্টি নহয়।

অহা ২ অক্টোবৰ বুধবাৰে গান্ধী জয়ন্তী উপলক্ষে বেংক বন্ধ  থাকিব। এইটো মাহটোৰ প্ৰথমটো বন্ধ। ইয়াৰ পাছতে ৭ আৰু ৮ অক্টোবৰ ৰাম নৱমী তথা বিজয়া দশমী বা দশেৰাৰ বন্ধ থাকিব।

ইয়াৰ পূৰ্বে ৬ অক্টোবৰ দেওবাৰ হোৱাৰ বাবে বেংক একেৰাহে ৩ দিনৰ বাবে বন্ধ থাকিব।

ইয়াৰ পাছতে ৩ দিনৰ বাবে বেংক খোলাৰ পাছত ১২ অক্টোবৰ মাহটোৰ দ্বিতীয়টো শনিবাৰ আৰু ১৩ অক্টোবৰ দেওবাৰ হোৱাৰ বাবে সপ্তাহটোত দুদিন বেংক বন্ধ থাকিব। সেইদৰে ২০ অক্টোবৰো দেওবাৰ হোৱাৰ বাবে বেংক বন্ধ থাকিব।

দীপাৱলীত বেংক ৪ দিনৰ বাবে বন্ধ থাকিব। ইয়াৰ ভিতৰত ২৬ অক্টোবৰ মাহটোৰ চতুৰ্থটো শনিবাৰ আৰু ২৭ অক্টোবৰ দেওবাৰ হোৱা বাবে বেংক বন্ধ থাকিব। দীপাৱলী এইবাৰ দেওবাৰেই পৰিছে।

আনহাতে, ২৯ অক্টোবৰত ভাতৃ দ্বিতীয়া আৰু ২৮ অক্টোবৰত গোবৰ্দ্ধন পূজাৰ বন্ধ থাকিব।

ইপিনে, অহা নৱেম্বৰ মাহৰ ৩,১০,১৭ আৰু ২৪ নৱেম্বৰ দেওবাৰ আৰু ৯ আৰু ২৩ অক্টোবৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ হোৱা বাবে বেংক বন্ধ থাকিব।

২৪ নৱেম্বৰত গুৰু নানক জয়ন্তীৰ বাবে বেংকসমূহ বন্ধ থাকিব।

Recent News

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

‘হানিট্ৰেপ’ত ব্যৱসায়ীক লুটি ১০ মাহ পলাই থাকিও নপৰিল ৰক্ষা; কোন এই ইনফ্লুৱেঞ্চাৰ কীৰ্তি?

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

যুদ্ধ বৰ নিৰ্দয়! ইজৰাইলৰ আক্ৰমণত নিহত যুৱ কবি পাৰ্নিয়া আব্বাছি, শোকস্তব্ধ ইৰাণ

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

বিতৰ্কিত অডিঅ’ ফাদিলক কেন্দ্ৰ কৰি তোলপাৰ দেশ; পদচ্যুত হ’ব পাৰে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

১৯৪১ চনৰ সৈতে হুবহু মিলি গৈছে ২০২৫ চনৰ কেলেণ্ডাৰখন; জানি লওক ইয়াৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd