• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডা: দেবেন দত্তক হত্যাৰ প্ৰতিবাদত বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণী বৰ্জন

পুলেন্দ্র দাস by পুলেন্দ্র দাস
September 3, 2019 1:17 pm
index

ফটো : নৰ্থইষ্ট নাও

3.1k
VIEWS
Share on FacebookShare on Twitter

টীয়ক চাহ বাগিচাৰ হাস্পাতালৰ চিকিৎসক ডা: দেবেন দত্তক শনিবাৰে এচাম লোকে প্ৰহাৰ কৰি হত্যা কৰাৰ প্ৰতিবাদত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছাত্র-ছাত্ৰীসকলে আজি শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

চিকিৎসা মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীসকলে ক’লা বেজ পৰিধান কৰি শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এই হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীসকলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷

উল্লেখযোগ্য যে যোৰহাটৰ টীয়ক চাহ বাগিচাত শনিবাৰে একাংশ শ্ৰমিকে জ্যেষ্ঠ চিকিৎসক গৰাকীক প্ৰহাৰ কৰাৰ ফলত চিকিৎসকগৰাকীৰ মৃত্যু হয়।

শ্ৰমিকৰ আক্ৰমণত গুৰুতৰভাৱে আহত চিকিৎসকজনে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতলত শেষ নিশ্বাস ত্যাগ কৰিছিল।

শ্ৰমিকসকলে ৭৩ বছৰীয়া আৱাসিক চিকিৎসক ড০ দেৱেন দত্তক কৰ্তব্যত অনুপস্থিত থকাৰ তথা টীয়ক চাহ বাগিচাৰ এগৰাকী অস্থায়ী শ্ৰমিকৰ মৃত্যুৰ বাবে দায়ী বুলি অভিযোগ তুলি নৃশংসভাৱে প্ৰহাৰ কৰিছিল।

উল্লেখযোগ্য যে ডা: দত্তই বহুদিন আগেয়ে অৱসৰ গ্ৰহণ কৰিছিল যদিও মানৱীয়তাৰ খাতিৰতে বাগিচাখনত সেৱা আগবঢ়াই আহিছিল।

তেওঁৰ ঘৰ আছিল টীয়কৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান আঁতৰৰ জগদুৱাৰত।

জ্যেষ্ঠ চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ চিকিৎসকলেও এনে নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd