• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহাপুৰুষজনাৰ কবিতা বেজী আৰু সূতাৰে গামোচাত লিপিৱদ্ধ কৰি কৃতিত্ব ৰচিলে বাক্সাৰ যুৱকে

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিৰচিত "কৰতল কমল" কবিতাটি বেজী আৰু সূতাৰে গামোচাত লিপিৱদ্ধ কৰি আজুৰি আনিলে সন্মান

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
June 18, 2021 12:42 pm
Assam book of records

ফটো: নৰ্থইষ্ট নাও।

250
VIEWS
Share on FacebookShare on Twitter

অসম বুকচ অৱ ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ল বাক্সা জিলাৰ এগৰাকী যুৱকৰ নাম ৷ নিজৰ শিল্প কৰ্মৰ জড়িয়তে গৌৰৱ কঢ়িয়াই আনিলে যুৱকজনে ৷

বাক্সা জিলাৰ বৰিমাখাৰ এইগৰাকী যুৱকৰ নাম জ্যোতিষ শৰণীয়া ৷ পেচাত এগৰাকী শিক্ষক শৰণীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা “কৰতল কমল” কবিতাটি বেজী আৰু সূতাৰে গামোচাত লিপিৱদ্ধ কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৷

বৰ্তমান নমাটি এম ই স্কুলৰ শিক্ষক জ্যোতিষ শৰণীয়া সৰুৰে পৰা আসক্ত আছিল চিত্ৰ শিল্পৰ প্ৰতি ৷

স্থানীয় বৈদ্যশ্ৰী মিউজিক কলেজৰ পৰা ফাইন আৰ্টচৰ ডিপ্লমা গ্ৰহণ কৰা জ্যোতিষ শৰণীয়া বিশেষকৈ প্ৰভাৱিত হৈ আহিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শণৰ প্ৰতি ৷

ছৱি আঁকি ভালপোৱা শৰণীয়াই বিদ্যালয়ৰ পৰা উপহাৰ হিচাপে পোৱা গামোচাখনতে লিপিৱদ্ধ কৰিলে মহাপুৰুষ জনাৰ এই বিখ্যাত কবিতাটি ৷

মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে মহাপুৰুষ জনাই ৰচনা কৰা কবিতাটি সূতাৰে লিপিৱদ্ধ কৰিছিল জ্যোতিষ শৰণীয়াই ৷

পিছত তেওঁৰ সকলো শিল্পকৰ্মৰ তথ্য অসম বুকচ অৱ ৰেকৰ্ডলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে ৷

নিজৰ নাম এনেদৰে অসম বুকচ অৱ ৰেকৰ্ডচত লিপিৱদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা জ্যোতিষে ভৱিষ্যতে ইণ্ডিয়া বুকচ অৱ ৰেকৰ্ডচত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰি থকা বুলি জানিবলৈ দিয়ে।

Recent News

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

মচলা খাওক আৰু সুস্থ ৰাখক লিভাৰ আৰু ছাল

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

জিম নে যোগাসন? স্বাস্থ্য ৰক্ষাৰ বাবে বেছি উপযোগী কি?

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd