• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম চিকিৎসা মহাবিদ্যালয়লৈ বিচিপিএলে আগবঢ়াইছে ১.৫০ কোটি টকাৰ অনুদান

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
May 15, 2021 5:08 pm
AMC
299
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ ১.৫০ কোটি টকা অনুদান আগবঢ়াইছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড(BCPL)এ।

চিকিৎসা মহাবিদ্যালয়খনৰ জৰুৰী সেৱা বিভাগ আৰু কেজুৱেলিটি বিল্ডিঙৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে বিভিন্ন চিকিৎসা সামগ্ৰী আদি সংগ্ৰহৰ বাবে প্ৰতিষ্ঠানটোৱে চিএছআৰ ফাণ্ডৰ অধীনত এইধন ৰাশি এএমচিএইচলৈ আগবঢ়াইছে।

এএমচিএইচৰ অধ্যক্ষ আৰু মুখ্য অধীক্ষক ড০ সঞ্জীৱ কাকতিয়ে জনোৱা অনুসৰি এখন উচ্চ পৰ্যায়ৰ কাৰিকৰী সমিতিৰ তত্বাৱধানত প্ৰস্তুত কৰা আধাৰ আৰ্হিৰ ভিত্তিত বিচিপিএলক চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক অনুদান বিচাৰি আবেদন দাখিল কৰা হৈছিল।

এএমচিএইচ কৰ্তৃপক্ষৰ এই আবেদনৰ প্ৰতি সহাঁৰি জনাই বিচিপিএলে চিকিৎসা মহাবিদ্যালয়খনলৈ এই ধন ৰাশি আগবঢ়াইছে।

ইফালে কোভিড19 পৰিস্থিতিৰ সৈতে মোকাবিলাৰ কৰাৰ ক্ষেত্ৰত বিচিপিএলে জৰুৰীভাৱে অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী আদি ক্ৰয় কৰাৰ বাবেও চিকিৎসালয় পৰিচালনা সমিতিক বিত্তীয় সাহায্য আগবাঢ়ি আহিছে।

এই অনুদান আগবঢ়োৱাৰ বাবে বিচিপিএলক এএমচিএইচৰ অধ্যক্ষ তথা অধীক্ষক ডাঃ সঞ্জীৱ কাকতিয়ে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Recent News

দৈৰ উপকাৰীতা জানো আহক

দৈৰ উপকাৰীতা জানো আহক

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd