দৈনিক বাদাম খোৱাৰ কেইবাটাও উপকাৰিতা

ce5a5b55484f4985dfa33790621c1abf

বাদাম দেখিবলৈ সৰু যদিও ইয়াৰ উপকাৰিতাৰ বিষয়ে জানি হয়তো আপুনি আচৰিত হৈ পৰিব। স্বাস্থ্যৰ বাবে উপকাৰি বাদামত ভিটামিন ই, মেগনেছিয়াম, ফাইবাৰ আৰু এমিন’ এছিড প্ৰচgৰ পৰিমানে পোৱা যায়।

ইয়াৰ উপৰি কপাৰ, পটাছিয়াম, ফছফৰাছ, আইৰন আদি প্ৰচুৰ পৰিমানে থাকে বাদামত। সেয়ে নিয়মীয়াভাৱে বাদাম খোৱাটো শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজন।

বাদামে আমাৰ মগজুৰ শক্তি বৃদ্ধিত সহায় কৰাৰ লগতে বিভিন্ন বেমাৰৰ পৰা উপশম লাভ কৰাটো সহায় কৰে।

নিয়মীয়াভাৱে বাদাম খালে আমাৰ শৰীৰৰ কি কি উপকাৰিতা হয় জানো আহক