• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনত কাম হেৰুৱাই যৌনকৰ্মী হৈ পৰিল স্বামী! প্ৰেম বিবাহ কৰা যুৱতী পত্নীয়ে চকুৰে দেখিলে অন্ধকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 13, 2021 10:21 am
partner-doesnt-want-sex

প্ৰতিনিধিত্বমূলক ফটো।

856
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ লকডাউনে বহু মানুহৰ জীৱন-জীৱিকালৈ বিপৰ্যয় কঢ়িয়াই অনাটো সৰ্বজনবিদিত। কিন্তু বাংগালোৰৰ এইজন যুৱকে যিদৰে তেওঁৰ বৃত্তি সলনি কৰি পেলালে সেয়া এক দুৰ্ভাগ্যজনক বুলি কোৱাৰ বাহিৰে আৰু কি ক’ব পাৰি?

বিপঅ’ এটাত কাম কৰা এজন যুৱকে লকডাউনৰ সময়ত কাম হেৰুৱাই যৌনকৰ্মীৰ বৃত্তি বাচি লয়। পত্নীৰ পৰা কিছুদিন কথাটো লুকুৱাই ৰাখিছিল যদিও অৱশেষত তেওঁ ধৰা পৰি যায়।

বিপিঅ’ এটাত কাম কৰি থাকোতেই ইয়াৰ কেন্টিনত যুৱতীগৰাকীৰ সৈতে পৰিচয় ঘটে যুৱকজনৰ। তাৰ পাছত যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উছে। দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক চলাৰ পাছত ২০১৯ত তেওঁলোকে বিবাহপাশত আৱদ্ধ হয়।

বাংগালোৰত এটা ঘৰ ভাড়া লৈ দুয়োজনে সংসাৰ আৰম্ভ কৰে। কিন্তু লকডাউনত কাম হেৰুৱায় যুৱকজনে। কেইমাহ ধৰি কাম বিচাৰি সফল নোহোৱাত এজন পুৰুষ যৌনকৰ্মী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে যুৱকে। এই গোটেই ঘটনা পত্নীৰ পৰা লুকুৱাই ৰাখিছিল যুৱকজনে।

যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁ স্বামীয়ে দীঘলীয়া সময়ৰ বাবে মোবাইল তথা লেপটপত ব্যস্ত থাকে। ইমান সময় ধৰি তেওঁ কি কৰে তাৰ প্ৰশ্ন কৰিলেও সঠিক উত্তৰ নাপায় যুৱতীগৰাকীয়ে।

তদুপৰি, যুৱকজনে বিভিন্ন ঠাইত ঘুৰি ফুৰে। ক’ত যায়, কি কৰে তাৰ কোনো উত্তৰো নিদিয়ে। তাৰপাছতে যুৱতীগৰাকীয়ে তেওঁৰ ভায়েকৰ পৰা লেপটপৰ পাছৱৰ্ড ক্ৰেক কৰি খুলি চায় গোপন ফ’ল্ডাৰ।

তাত আছিল অচিনাকি মহিলাৰ সৈতে আপত্তিকৰ অৱস্থাত তেওঁৰ পতিৰ ছবি। যুৱকে প্ৰথমতে বিষয়টো এৰাই চলিব বিচাৰিলেও অৱশেষত সকলো কথা খুলি কয়।

ইয়াৰ পাছতে যুৱতীগৰাকীয়ে আৰক্ষীৰ মহিলাৰ বাবে থকা বিশেষ নম্বৰত ফোন কৰে আৰু আৰক্ষীয়ে পতি-পত্নী দুয়োকে মাতি পঠায়। তাত দুয়োজনে সকলো কথা কয়। যুৱকজনে কিয় এই বৃত্তি বাচি ল’লে তাকো কয়।

এতিয়া তেওঁৰ এই বৃত্তি ভাল লগা বুলিও জানিবলৈ দিয়ে। তেওঁ পত্নীকো অত্যন্ত ভালপোৱা বুলি জনায় আৰু একেলগে থাকিব বিচৰাৰ কথা ব্যক্ত কৰে।

ইপিনে, যুৱতী পত্নীয়ে বিচ্ছেদৰ সিদ্ধান্ত অলৰ-অচৰ হৈ থাকে। অৱশেষত দুয়োৱে বিচ্ছেদৰ বাবে সন্মতি জনাইছে।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd