• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ নিন্দা ভূপেন বৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 12, 2025 10:00 pm
121
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিঙক সামাজিক মাধ্যমত কৰা মন্তব্যৰ বাবে তৃতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাক স্বাধীনতা খৰ্ব কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে দুবাৰকৈ জামিন দিয়াৰ পিছত আজি ৰিতম সিঙক তৃতীয়বাৰৰ বাবে জাগীৰোড আৰক্ষী থানাৰ দ্বাৰা গ্ৰেপ্তাৰ কৰোৱা কাৰ্য হিটলাৰী শাসনৰ নমুনা বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই এক বিবৃতিত উল্লেখ কৰিছে।

বৰাই কয়, সমালোচনা সহ্য কৰিব নোৱৰা চৰকাৰখনে দেৱালৰ লিখন পঢ়িবলৈকো শিকা নাই। এয়া গণতন্ত্ৰৰ বাবে চৰম ভেঙুচালি। দাগী অপৰাধীৰ দৰে ৰিতমক ইখন থানাৰ পৰা সিখন থানালৈ চোচৰাই নিয়াৰ লগতে পিতৃ-মাতৃক সাক্ষাৎ কৰিবলৈ নিদি মানৱ অধিকাৰ ভংগ কৰিছে বুলি উল্লেখ কৰি বৰাই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ কংগ্ৰেছৰ সৈনকসকলে কেতিয়াও ভয় নকৰে আৰু আৰক্ষীক যিমানেই ব্যৱহাৰ নকৰক, সত্য উন্মোচন কৰাৰ বাবে কংগ্ৰেছৰ সৈনিকসকল চিৰ জাগ্ৰত হৈ থাকিব।

ৰিতম সিঙৰ পিতৃ-মাতৃৰ প্ৰতি আৰক্ষীয়ে কৰা ব্যৱহাৰ অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে মনত ৰখা ভাল যে বালীলৈ বুলি যিপাত সুগ্ৰীবলৈয়ো সিপাত। ৰিতমক শীঘ্ৰে মুকলি কৰি দিবলৈকো বৰাই বিবৃতিটোত আহ্বান জনায়।

Recent News

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষাক লৈ ডাঙৰ সিদ্ধান্ত, বছৰত দুবাৰকৈ হ’ব পৰীক্ষা

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd