• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকীত শিলচৰবাসীৰ শ্ৰদ্ধাঞ্জলি

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
November 5, 2018 5:24 pm
bhupen-hazarika
150
VIEWS
Share on FacebookShare on Twitter

চিৰবৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যিবাৰ্ষিকী উপলক্ষে আজি সমগ্ৰ ৰাজ্যৰ লগতে শিলচৰতো দিনজোৰা কাৰ্যসূচীৰে  শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

শিলচৰ সাহিত্য সভাই দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিলচৰ সাহিত্য সভাৰ সভাপতি সমীৰ মেধিয়ে বিশ্ব বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধা জনাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

শিলচৰ সাহিত্য সভাৰ সভাপতি সমীৰ মেধিয়ে নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘আজিৰ এই দিনটোত শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে আমি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছো। আজিৰ দিনটোৰ লগত সংগতি ৰাখি চিত্ৰাংকন আৰু তৰ্ক প্ৰতিযোগিতাৰ লগতে ভূপেন দাৰ গীততৰ ওপৰত এখন কৰ্মশালাৰো আয়োজন কৰিছো’।

তেওঁ আৰু কয়, ‘বৰ্তমান সময়ত ভূপেন দাৰ গীতৰ ওপৰত বিশদ আলোচনাৰ প্ৰয়োজন। কিয়নো তেওঁৰ গীতে সমগ্ৰ অসমখনকে একতাৰ বান্ধোনেৰে বান্ধিছিল’।

ইফালে কাছাৰ জিলা প্ৰশাসনেও সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  উল্লেখ্য যে আজি ৰাতিপুৱাৰে পৰা বিভিন্ন অঞ্চলত বাজি থকা শিল্পীগৰাকীৰ কালজয়ী গীতৰ সুৰ সমূহে পুনৰ এবাৰ সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলা পৰিলক্ষিত হয়।

Recent News

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd