• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বজিৎ হাজৰিকা অপহৰণ-হত্যাকাণ্ড গোচৰ: বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ প্ৰচেষ্টা আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 21, 2023 7:25 pm
Biswajit Hazarika murder case
151
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য কঁপাই যোৱা বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাকাণ্ডৰ লগত জড়িত ছয়গৰাকী অভিযুক্তক কেইসপ্তাহমান পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল নেলী আৰক্ষীয়ে।

এই গোচৰৰ বৈজ্ঞানিক প্ৰমাণ সংগ্ৰহৰ বাবে আজি ধৃত ছয়গৰাকী অভিযুক্তক ফৰেনছিক লেবলৈ লৈ যোৱা হয় বুলি জানিবলৈ দিছে মহানগৰ আৰক্ষীয়ে।

জানিব পৰা মতে, ভইচ টেষ্টৰ বাবে ফৰেনছিক লেবলৈ লৈ যোৱা হৈছে অভিযুক্ত কেইগৰাকীক। আৰক্ষীয়ে জানিবলৈ দিয়া মতে অতি শীঘ্ৰেই আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব।

উল্লেখ্য যে, বিগত বৰ্ষৰ যোৱা ৯ অক্টোবৰত বিশ্বজিৎ হাজৰিকা কৰ্মস্থলীৰ পৰা ৰিক্সাত নিজ বাসস্থানলৈ উভতাৰ সময়তে ছয়মাইল অঞ্চলৰ পৰা অপহৰণ কৰা হৈছিল।

ঘটনাৰ পিছতে অপহৰণ আৰু হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড অজয় কলিতাই নিজৰ ফোনটো নলাত পেলাই দিছিল। এই অপহৰণ আৰু হত্যাকাণ্ডৰ গোচৰত ৬ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল।

ধৃত অভিযুক্ত কেইগৰাকী আছিল ক্ৰমে দেৱজিত ডেকা, প্ৰণৱ ৰংহাং, সঞ্জয় কুমাৰ ফাগট, পৰেশ ছেত্ৰী, ময়ুৰ নাথ আৰু মাষ্টাৰমাইণ্ড অজয় কলিতা।

সূত্ৰ অনুসৰি বিশ্বজিৎ হাজৰিকাক ২৩ অক্টোবৰত হত্যা কৰা হৈছিল। ২ নৱেম্বৰত এমাহৰ পাছত বিশ্বজিতৰ মৃতদেহ উদ্ধাৰ হয় নগাঁৱৰ নেলী অঞ্চলত।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd