• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ল’গ’ত পদুম, হাইজেক জি-২০! অভিযোগ মেহবুবা মুফতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2023 8:07 am
G20
2.1k
VIEWS
Share on FacebookShare on Twitter

হাইজেক হৈছে জি-২০! বৈঠকৰ ল’গ’ত পদুম চিহ্ন ব্যৱহাৰ কৰি জি-২০ ক হাইজেক কৰিছে বিজেপিয়ে। এই দাবী কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে। অৱশ্যে তেওঁ লগতে জি-২০ বৈঠকক সমগ্ৰ দেশৰে বাবে এক অনুষ্ঠান বুলিও দোহাৰে।

আজিৰ পৰা জম্মু-কাশ্মীৰত আৰম্ভ হ’বলগীয়া জি-২০ বৈঠকৰ পূৰ্বে বিজেপিক সমালোচনা কৰি এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মুফতিয়ে লগতে জি-২০ বৈঠকৰ কোনো বিৰোধিতা কৰা নাই বুলি স্পষ্ট কৰি দিয়ে।

“মই কোনো কথাৰ বিৰোধিতা কৰা নাই। জি-২০ সমগ্ৰ দেশৰ বাবে এক অনুষ্ঠান যদিও বিজেপিয়ে এই অনুষ্ঠান হাইজেক কৰিছে। আনকি ল’গ’ৰ স্থানত পদুম সংলগ্ন কৰিছে। ল’গ’টো কোনো দলৰ সৈতে নহয়, দেশৰ সৈতে জড়িত হ’ব লাগিছিল।”- মুফতিয়ে কয়।

জম্মু-কাশ্মীৰৰ সমস্যাসমূহৰ ওপৰত আলোচনা আৰু সমাধানৰ বাবে ছাৰ্ক (SAARC)ৰ বৈঠক অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিতেওঁ লগতে কয়, “মোৰ সমস্যা কাশ্মীৰত অনুষ্ঠিত হোৱা জি-২০ লৈ নহয়। মোৰ কথা হ’ল আমাৰ সমস্যাসমূহ অঞ্চলটোৰ ভিতৰতে আছে।”

নিজ মন্তব্যত মুফতিয়ে দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰসঙ্গও উল্লেখ কৰে। দেশৰ সাৰ্বভৌমত্ব বা জম্মু-কাশ্মীৰৰ অখণ্ডতাৰ লগত আপোচ নকৰাকৈ বাজপেয়ীয়ে কাশ্মীৰ সমস্যা সমাধানৰ চেষ্টা কৰিছিল বুলি মুফতিয়ে মন্তব্য কৰে।

উল্লেখ্য যে, আজিৰ পৰা ২৪ মে’লৈ জম্মু-কাশ্মীৰত অনুষ্ঠিত হ’ব জি-২০ পৰ্যটন কৰ্মগোটৰ বৈঠক। বৈঠকৰ সময়ত সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে শ্ৰীনগৰত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

ভাৰতীয় নৌসেনাৰ নেশ্যনেল ছিকিউৰিটি গাৰ্ড (এন এছ জি) আৰু মেৰিন কমাণ্ডো (মাৰ্কোছ)ৰ কেইবাটাও ইউনিটৰ লগতে অন্যান্য অৰ্ধসামৰিক ইউনিট মোতায়েন কৰা হৈছে জম্মু-কাশ্মীৰত।

ইফালে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ পুনৰ কাৰ্যকৰী নোহোৱালৈকে তেওঁ কোনো বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ নহয় বুলি মন্তব্য কৰে মুফতিয়ে। পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী মুফতিৰ এই মন্তব্য স্বাভাৱিকতেই লক্ষণীয় হৈ পৰিছে।

Recent News

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

মাতৃ দিৱসৰ দিনাই গুৱাহাটীত মাতৃ সমাজক লজ্জানত কৰা ঘটনা : পৰকীয়া প্ৰেমৰ বাবেই ১০ বছৰীয়া সন্তানক হত্যা কৰি ট্ৰলীত ভৰালে মাতৃয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd