• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাশ্মীৰত বিজেপি নেতাক অপহৰণ সন্ত্ৰাসবাদীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 3:41 pm
terrorist-1
8.7k
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰত যেন বিজেপি চাফাই অভিযান আৰম্ভ কৰিছে সন্ত্ৰাসবাদীয়ে। কিছুদিন পূৰ্বে সন্ত্ৰাসবাদীয়ে কাশ্মীৰত যুৱ বিজেপি নেতা ৱাছিম মীৰক পিতৃ আৰু ভাতৃৰ সৈতে গুলীয়াই হত্যা কৰাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই সন্ত্ৰাসবাদীয়ে আজি পুনৰ আন এজন বিজেপি নেতাক ৰাজপথৰ পৰাই অপহৰণ কৰাৰ ঘটনাই উপত্যকাটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বাৰামুল্লা ৱাটাৰগ্ৰাম পৌৰসভাৰ উপ-সভাপতি মেহৰাজউদ্দিন মোল্লাক ৰাজপথৰ পৰাই সন্ত্ৰাসবাদীয়ে এখন গাড়ীত বলপূৰ্বক তুলি নিয়ে ।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে অপহৃত লোক জনৰ সন্ধানত অভিযান চলাইছে যদিও এতিয়ালৈকে তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি বিজেপি নেতাজনক পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে অপহৰণকৰি নিছে।

প্ৰত্যক্ষদৰ্শীয়ে প্রকাশ কৰা মতে এখন ছেন্ট্ৰ’ গাড়ীত  সন্ত্ৰাসবাদীয়ে লোক জনক উঠাই লৈ যায়।

কিছুদিন পূৰ্বে ছপৰে অঞ্চলত ৱাছিম বাৰি নামৰ বিজেপি নেতা জনক সন্ত্ৰাসবাদীয়ে ঘৰতে পৰিয়ালৰ আন কেবাজনো লোকৰ সৈতে গুলীয়াই হত্যা কৰিছিল।

কাশ্মীৰৰ পৰা চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছতে উপত্যকাটোত সন্ত্ৰাসবাদীয়ে বিজেপিৰ নেতা কৰ্মী সকলক টাৰ্গেট কৰি লৈছে।

Recent News

‘মই এনেকৈ কাম কৰিব নোৱাৰো!’ বাংলাদেশত অব্যাহত অস্থিৰতা…পদত্যাগ কৰিব নেকি ইউনুছে?

‘মই এনেকৈ কাম কৰিব নোৱাৰো!’ বাংলাদেশত অব্যাহত অস্থিৰতা…পদত্যাগ কৰিব নেকি ইউনুছে?

অজিত ভূঞাৰ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰী! ACS শৰ্মিষ্ঠা বৰাক বৰ্খাস্ত

অজিত ভূঞাৰ সাংসদ পুঁজিৰ বিয়াগোম কেলেংকাৰী! ACS শৰ্মিষ্ঠা বৰাক বৰ্খাস্ত

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

দুলীয়াজান বন্ধ কাৰ্যসূচীৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক আটক

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

কেন্সাৰৰ চিকিৎসাত যুগান্তকাৰী সাফল্য! বিশ্বৰ প্ৰথমটো মূত্ৰাশয় সংৰোপণ কৰিলে ভাৰতীয় মূলৰ চিকিৎসকে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd