• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি সাংসদৰ পত্নীৰ তৃণমূলত যোগদান; ক্ষুব্ধ স্বামীয়ে প্ৰেৰণ কৰিলে বিবাহ বিচ্ছেদৰ জাননী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 4:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেখা দিয়া ৰাজনৈতিক অচলাৱস্থাৰ মাজতেই বিজেপি সাংসদ সৌমিত্ৰ খানৰ পত্নী সুজাতাই বিজেপি এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা কাৰ্যই দেশজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।

ইফালে সুজাতাৰ তৃণমূলত যোগদান কৰাৰ পিছতেই তেওঁৰ স্বামী সৌমিত্ৰই তেওঁলৈ বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে।

উল্লেখ্য যে সৌমিত্ৰ পশ্চিম বংগৰ বিষ্ণুপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ।

সৌমিত্ৰৰ পত্নীয়ে তৃণমূলত যোগদান কৰা প্ৰসংগত তেওঁ কয়, ‘সুজতাই মোক নোসোধাকৈ তৃণমূলত যোগদান কৰিছে’।

বিভিন্ন মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি, সুজাতা আৰু তেওঁৰ স্বামীৰ মাজত যোৱা কিছুদিনৰ পৰা মতানৈক্য চলি আছে। আৰু আজি সুজতাই তৃণমূলত যোগদান কৰাৰ পিছতেই তেওঁৰ স্বামীয়ে বিবাহ বিচ্ছেদৰ জাননী প্ৰেৰণ কৰা ঘটনাই দুয়োৰে মাজত যে মতবিৰোধ চলি আছিল সেই কথা স্পষ্ট হৈ পৰে।

উল্লেখ্য যে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ পশ্চিম বংগ ভ্ৰমণৰ সময়ত ৰাজ্যখনৰ কেইবাজনো তৃণমূলৰ নেতাই বিজেপিত যোগদান কৰিছে।

বিজেপিৰ মতে, বৰ্তমানৰ ১০ গৰাকী বিধায়ক, তৃণমূলৰ এজন সাংসদ আৰু এজন প্ৰাক্তন সাংসদে বিজেপিত যোগদান কৰিছে।

বিজেপিত যোগ দিয়া ১০ জন বিধায়কৰ ভিতৰত ৬ জন তৃণমূলৰ, দুজন চিপিআই(এম)ৰ আৰু চিপিআই আৰু কংগ্ৰেছৰ এজন এজন বিধায়ক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

September 12, 2025 12:04 pm
লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

September 12, 2025 11:40 am
ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

September 12, 2025 11:16 am
উমৰ খালিদৰ জামিন আবেদন প্ৰত্যাহ্বানৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

উমৰ খালিদৰ জামিন আবেদন প্ৰত্যাহ্বানৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 12, 2025 10:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

September 12, 2025 12:04 pm
লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

লজিষ্টিক পাৰ্কৰ বাবে ১৫০ বিঘা চৰণীয়া পথাৰখন অধিগ্ৰহণ কৰাৰ সিদ্ধান্তত খৰ্গহস্ত দ’ৰাবিলৰ স্থানীয় খিলঞ্জীয়া ৰাইজ

September 12, 2025 11:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd