• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৮ মাহত ফেচবুকত বিজ্ঞাপনৰ নামত সৰ্বাধিক ধন খৰচ কৰিছে বিজেপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 6:30 pm
fb
236
VIEWS
Share on FacebookShare on Twitter

দেশৰ শাসনাধিস্থিত দল বিজেপিৰ সৈতে ফেচবুকৰ একাংশ শীৰ্ষ পদাধিকাৰীৰ দহৰম-মহৰমৰ খবৰ প্ৰচাৰ হৈ থকাৰ সময়তে আন এক খবৰে এতিয়া বহুতকে কথা বোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে।

ফেচবুকে কোনো অজ্ঞাত কাৰণত বিজেপি নেতাৰ ঘৃণাভৰা বক্তব্যৰ পোষ্ট ডিলিট নকৰা বুলি অভিযোগ উঠাৰ সময়তে এই কথা পোহৰলৈ আহিছে যে যোৱা ১৮ মাহত ফেচবুকত বিজ্ঞাপনৰ নামত সৰ্বাধিক ধন খৰচ কৰা দলটো হৈছে বিজেপি।

ফেচবুক ইণ্ডিয়াৰ স্পেণ্ডিং ট্ৰেকাৰৰ তথ্য অনুসৰি বিগত ১৮ মাহত যি ১০ গৰাকী লোকে ফেচবুকত অধিক বিজ্ঞাপন দিছে তেওঁলোকৰ মাজৰে ৪ জনৰেই বিজেপিৰ সৈতে সম্পৰ্ক আছে।

২০১৯ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলিত বৰ্ষৰ ২৪ আগষ্ট পৰ্যন্ত বিজেপিয়ে ফেচবুকত দিছে ৪ কোটি ৬১ লাখ টকাৰ বিজ্ঞাপন।

এই বিজ্ঞাপন সমূহ ৰাজনৈতিক,সামাজিক আৰু নিৰ্বাচন লম্পৰ্কীয় বিজ্ঞাপন।

একেদৰে’মাই ফাৰ্ষ্ট ভোট ফ’ৰ মোডী’ আৰু ‘ভাৰত কি মন কী বাত’ৰ বাবে দলটোৱে ফেচবুকত খৰচ কৰিছে ক্ৰমে ১ কোটি ৩৯ লাখ আৰু ২ কোটি ২৪ লাখ টকা।

‘নেছন উইথ নমো’ পেজৰ বাবে দলটোৱে ফেচবুকত খৰচ কৰা ধনৰ পৰিমাণ হৈছে ১ কোটি ২৮ লাখ টকা।

বিজেপি নেতা আৰ কে সিনহাই অকলে ফেচবুকত বিজ্ঞাপন দিছে ৬৫ লাখ টকাৰ।

ইয়াৰ বিপৰীতে এই সময়ছোৱাত কংগ্ৰেছে ফেচবুকত বিজ্ঞাপনৰ নামত খৰচ কৰিছে ১ কোটি ৮৪ লাখ টকা।

আম আদমী পাৰ্টীয়ে খৰচ কৰা ধনৰ পৰিমাণ ৬৯ লাখ টকা।

Recent News

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ’ল অধ্যাপক গৌৰ গোপাল বণিকৰ নৱতম উপন্যাস ‘চাইলেণ্ট স্ক্ৰীম অৱ দ্য ইভিনিং স্কাই’

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

নাবালিকাক ধৰ্ষণ : থানালৈ শিলগুটি নিক্ষেপ ন্যায় বিচাৰি যোৱা উন্মত্ত ৰাইজৰ

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

সিদ্ধাৰ্থ বৰ্ধৰাজনৰ গোচৰত উচ্চতম ন্যায়াল্যৰ হস্তক্ষেপ! জোৰ-জবৰদস্তি ব্যৱাস্থা গ্ৰহণ কৰিব নোৱাৰিব অসম আৰক্ষীয়ে

এবছৰত দেশত ৩৭ লাখ কুকুৰে কামোৰাৰ ঘটনা; শিশুৰ মৃত্যু, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

এবছৰত দেশত ৩৭ লাখ কুকুৰে কামোৰাৰ ঘটনা; শিশুৰ মৃত্যু, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd