• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰথমে ৰাজ্যক জ্বলিব দি এতিয়া শান্তি সমদল উলিয়াব বিজেপিয়ে; লক্ষ্য CAA বিৰোধী আন্দোলনক বুদ্ধিৰে দমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2019 3:17 pm
Sonowal

ফাইল ফটো।

452
VIEWS
Share on FacebookShare on Twitter

অসম তথা উত্তৰ-পূবত নাগৰিকত্ব (সংশোধনী) আইনক লৈ তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে ৰাজ্যিক বিজেপিয়ে বিভিন্ন জিলাত শান্তি সমদল উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১৭ ডিচেম্বৰত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ উপস্থিতিত বিভিন্ন জিলা সভাপতি আৰু বিষয়ববীয়াসকলৰ মাজত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

নাগৰিকত্ব (সংশোধনী) আইনৰ সমৰ্থনেৰে উলিয়াব বিচৰা বিজেপিৰ শান্তি সমদলে আইনখনৰ প্ৰতিবাদ কৰি থকা বিভিন্ন জাতীয় দল, সংগঠনক অসন্তুষ্ট কৰাটো স্বাভাবিক।

১৭ ডিচেম্বৰত অনুষ্ঠিত হোৱা বৈঠকখনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস উপস্থিত থাকে।

বৈঠকত ৰাজ্যৰ শান্তি-শৃংখলা অটুট ৰখাৰ আহ্বানেৰে বিজেপিয়ে ২৪ ডিচেম্বৰত বুথ পৰ্যায়ত সমদল উলিওৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

বিজেপিৰ ৰাজ্য চৰকাৰখনে প্ৰথমে অসমক অস্থিৰ কৰি তুলি এতিয়া শান্তি-শৃংখলা বজাই ৰখাৰ আহ্বানেৰে সমদল উলিওৱাৰ সিদ্ধান্তই মানুহক দলটোৰ কৰ্ম-কাণ্ডক লৈ হাঁহিবলৈ বাধ্য কৰাইছে।

এইক্ষেত্ৰত আন্দোলনৰ মাজেৰে গৈ মুখ্য মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালৰ অসমৰ আন্দোলনক দমণ কৰিব বিচৰা চৰিত্ৰই নেতা গৰাকীৰ যিকোনো স্বাৰ্থৰ বিনিময়ত গাদী ৰক্ষাৰ মোহক পৰিস্ফুত কৰি তুলিছে।

উল্লেখযোগ্য যে, ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাজ্যত আৰম্ভ হোৱা তীব্ৰ প্ৰতিবাদৰ বাবে বৰ্তমানলৈ অসমত ইণ্টাৰনেট সেৱা বন্ধ কৰি থৈছে চৰকাৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd