• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজৰ মৰম আৰু বিশ্বাসে পুনৰবাৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিব ভাৰতীয় জনতা পাৰ্টীৰ : কুইন ওজা

"অখিল গগৈৰ গোচৰসমূহ কংগ্ৰেছৰ দিনৰে, ন্যায়পালিকাই নিজৰ দায়িত্ব পালন কৰিছে", ওজা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 14, 2020 4:51 pm
index.jpgaaa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ৰাইজৰ মৰম আৰু বিশ্বাসে পুনৰবাৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিব ভাৰতীয় জনতা পাৰ্টীৰ।” চাৰিওফালে বিজেপি বিৰোধী প্ৰতিবাদৰ ঢৌ উঠাৰ সময়তে এক বিজ্ঞপ্তিযোগে এই দাবী কৰিছে বিজেপি সাংসদ কুইন ওজাই।

ওজাৰ মতে “সাম্প্ৰতিক সময়ত অখিল গগৈ বা তেওঁৰ সংগঠটোৱে ২০২১ৰ নিৰ্বাচনত বিজেপিৰ বিৰাট কিবা ক্ষতি কৰিব পাৰিব বুলি ভবাটোত একো যুক্তি বিচাৰি পোৱা নাই৷ আৰু সেই লৈ বিজেপিয়ে কোনোধৰণৰ শংকাও কৰা নাই ৷”

ইপিনে, নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে অখিল গগৈ সন্দৰ্ভত বিজেপি চৰকাৰৰ ওপৰত অনা অভিযোগটোক নসাৎ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই কয়, “যোৱাটো লোকসভা নিৰ্বাচনৰ সময়তো অখিল গগৈকে প্ৰমুখ্যে কৰি একাংশ নেতা আৰু বিৰোধী দলে জনতাৰ মাজত বিজেপি চৰকাৰখনৰ বিপক্ষে এক প্ৰতিস্থান বিৰোধী জনমত গঢ়ি তোলাৰ কাৰণে যথেষ্ট চেষ্টা কৰা দেখা গৈছিল৷ কিন্তু জনতাই তেওঁলোকৰ সেই কাৰ্যত বিশেষ কিছু লোকৰ ব্যক্তিগত স্বাৰ্থ নিহিত থকাৰ কথা বুজি পাইছিল আৰু সেয়েহে ৰাইজে পুনৰাই এন ডি এ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক প্ৰমাণিত কৰি আকৌ এবাৰ শাসনলৈ আনিছিল।”

“অসমৰ ৰাইজ এতিয়া ইমান অপৰিপক্ব নহয়৷ তেওঁলোকে চৰকাৰে কি কাম কৰি আছে সেয়া উপলব্ধি কৰিব পাৰে৷ আৰু অসমৰ ৰাইজে সততা আৰু নিষ্ঠাৰে ৰাইজৰ সেৱাত কাম কৰি থকা এই চৰকাৰখনক সদায়েই গুৰুত্ব দিব।” বিজ্ঞপ্তিত ওজাৰ দাবী।

ইয়াৰোপৰি তেওঁ কয় “অখিল গগৈৰ বিৰুদ্ধে বৰ্তমান চলি থকা অধিকাংশ গোচৰেই পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনৰে, আৰু বিষয়বোৰ যিহেতু ন্যায়ালয়ৰ বিচাৰাধীন সেয়েহে ইয়াত বিজেপি চৰকাৰে বিশেষ কৰিব লগা একো নাই৷ ন্যায়পালিকাৰ কৰ্তব্য যিহেতু বিধানপালিকাৰ পৰা সম্পূৰ্ণ পৃথক সেয়েহে ন্যায়ালয়ৰ বিষয়টোত হস্তক্ষেপ বিচৰা কথাটো আইন বিৰুদ্ধ৷”

অখিল গগৈ সন্দৰ্ভত ন্যায়ালয়ৰ গোচৰাধীন বিষয়সমূহত এই মূহূৰ্তত কংগ্ৰেছ দলে দেখুওৱা তত্‍পৰতাক অত্যন্ত দুখঃজনক আখ্যা দিয়ে সাংসদ গৰাকীয়ে।

তেওঁ কয় “তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ সময়তে উত্থাপিত গোচৰবোৰত এতিয়াও আটকাধীন অখিল গগৈক সমৰ্থন কৰিবলৈ কোনখন মুখেৰে আগবাঢ়ি আহিছে কংগ্ৰেছ নেতৃত্ব? মানে তেওঁলোকেই গোচৰ তৰিব, শাস্তিৰ দাবীও কৰিব আৰু তেওঁলোকেই মুক্তি বিচাৰিব৷”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd