• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এশ আসনত জিকিম; কা-বিৰোধিতা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত

ডিব্ৰুগড়ত বিজেপিৰ বিশাল “সংকল্প সমাৰোহ”ত বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অভীক চক্ৰবৰ্তী by অভীক চক্ৰবৰ্তী
February 23, 2020 9:26 pm
BJP will win 100 seats, Anti-CAA protest politically motivated: Assam minister HBS

সংকল্প সমাৰোহত ভাষণৰত অৱস্থাত হিমন্ত বিশ্ব শৰ্মা। সৌজন্য-- টুইটাৰ।

452
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ডিবৰুগড়ত বিজেপিৰ “সংকল্প সমাৰোহ”ত কয় যে নাগৰিকত্ব সংশোধন আইন ২০১৯ বিৰোধিতা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত।

কা-বিৰোধিতাত কিছুমান সংগঠনে চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি উল্লেখ কৰি শৰ্মাই কয় যে ’২১ত বিজেপিয়ে এশখন আসন দখল কৰিব।

‘‘কা-বিৰোধী প্ৰতিবাদকাৰীয়ে বিজেপি কৰ্মীসকলক পঞ্চায়ত আৰু দল এৰিবলৈ জোৰ কৰিছিল যাতে তেওঁলোকে ক্ষমতা দখল কৰিব পাৰে। ই প্ৰমাণ কৰে যে কা-বিৰোধী প্ৰতিবাদ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত,” শৰ্মাই কয়।

“কা-বিৰোধী প্ৰতিবাদকাৰীয়ে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ ঘৰ জ্বলাই দিছিল। ই আমাৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। একাংশ লোকে অসমত অস্থিৰতাৰ সৃষ্টি কৰিব খুজিছে।”

চৰকাৰবিৰোধী অপপ্ৰচাৰৰ বিপৰীতে ’২১ৰ নিৰ্বাচনত বিজেপিয়ে অসমত এশ আসন দখল কৰিব বুলি দাবী কৰি মন্ত্ৰী শৰ্মাই কয় যে ৰাইজ উন্নয়নৰ লগত আছে।

কা-বিৰোধী আন্দোলনৰ পিছত শাসক দলটোৱে ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে আয়োজন কৰা বিশাল সমাৰোহৰ জনসমাগমে তেওঁক শিহৰিত কৰি তোলা বুলি শৰ্মাই মন্তব্য কৰে।

“এই সমাৰোহ বিজেপি-অগপ মিত্ৰজোঁটৰ এক বিশাল সমাৱেশ আৰু সভাত বিশালসংখ্যক উপস্থিতি দেখি শিহৰিত হৈছো,” মন্ত্ৰী শৰ্মাই কয়।

Dibrugarh has delighted with its enormous warmth & love. My bow to all of you who came out in such large numbers to share our dream of a vibrant tomorrow for Assam. Your cheers have reignited my spirits. We go back stronger.

Jai Assam, Jai Bharat@narendramodi @AmitShah pic.twitter.com/IiEDLiXORT

— Himanta Biswa Sarma (@himantabiswa) February 23, 2020


শৰ্মাই লগতে কয় যে এই সমাৰোহৰ পৰাই দলৰ সকলোৱে ’২১ত বিজেপিৰ চৰকাৰ কৰিবলৈ সংকল্প গ্ৰহণ কৰা উচিত।

লগতে পঢ়ক–  কোনো বাংলাদেশী নাহে, ক’তো খিলঞ্জীয়াৰ মাটি নাযায়: মুখ্য মন্ত্ৰী সোণোৱাল

সমাৱেশখনত সোণোৱালৰ লগতে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰ আৰু যোৰহাটৰ সাংসদ ক্ৰমে প্ৰদান বৰুৱা আৰু তপন গগৈ আৰু উজনিৰ কেউজন বিজেপি বিধায়ক উপস্থিত আছিল।

মিত্ৰদল বিজেপিৰ দুই নেতা, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তও সমাৱেশত উপস্থিত আছিল।

কা-বিৰোধী ব্যাপক প্ৰতিবাদৰ পিছত খনিকৰৰ “সংকল্প সমাৰোহ”এই হৈছে উজনিত শাসক দলটোৰ প্ৰথমখন বিশাল সমাৱেশ।

Recent News

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ৭৯টা প্ৰজাতিৰ অৰ্কিড

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

স্বাস্থ্যৰ বাবে সাংঘাতিক উপকাৰী পাচলি ভাতকেৰেলা; দুটা জটিল ৰোগ প্ৰতিৰোধতো সহায়ক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd