• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰত ‘কেব’ক সমৰ্থন জনোৱা হাগ্ৰামা মহিলাৰীক আছুৰ ক’লা পতাকা প্ৰদৰ্শন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2019 5:18 pm
3.5k
VIEWS
Share on FacebookShare on Twitter

সংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক গৃহিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা চলোৱাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ চাৰিওফালে কেবলৈ বিভিন্ন দল-সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে।

ইয়াৰ মাজতে আজি তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই তামুলপুৰত বি পি এফ দলৰ মুৰব্বী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰে।

বিজেপি দলৰ ওচৰত আঁঠু লৈ নাগৰিকত্ব বিধেয়কক সমৰ্থন কৰাৰ বাবেই আজি সংগঠনটোৱে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰে।

প্ৰতিবাদকাৰীসকলে হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে “কেব মানি লোৱা নহ’ব, হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ” আদি প্ৰতিবাদী ধ্বনিৰেও পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখযোগ্য যে আজি দিনৰ ভাগত হাগ্ৰামা মহিলাৰী নাগ্ৰীজুলি আদৰ্শ হস্পিতালৰ শুভ উদ্বোধন কৰি ওভটি আহিছিল। আৰু সেই সময়তে তামুলপুৰৰ মটঙা চ’কত আছুয়ে হাগ্ৰামা মহিলাৰীক ক’লা পতাকা প্ৰদৰ্শন কৰে।

Recent News

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

পিতৃৰ লগত থাকিবলৈ ১ কোটি টকা দাবী কন্যাৰ! পিছে মাতৃক সমালোচনা কৰিলে ছুপ্ৰীম কোৰ্টে, কিন্তু কিয়?

পিতৃৰ লগত থাকিবলৈ ১ কোটি টকা দাবী কন্যাৰ! পিছে মাতৃক সমালোচনা কৰিলে ছুপ্ৰীম কোৰ্টে, কিন্তু কিয়?

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

জনসমাগমত প্ৰকাশ্যে যুৱতীক চুম্বন! আৰক্ষীৰ জালত অভিযুক্ত যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd